• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফাদিল হ’ল হিন্দু ধৰ্ম গুৰুৰ স্বৰূপ! আশ্ৰমত নাবালিকাক ধাৰাবাহিকভাৱে ধৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন হিন্দু ধৰ্মীয় গুৰুৰ বিৰুদ্ধে নাবালিকাক ধাৰাবাহিক ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে, হিন্দু পুৰোহিত গৰাকীয়ে নাবালিকাগৰাকীক তেওঁৰ আশ্ৰমত কেইবাবাৰো ধৰ্ষণ কৰিছিল।

আশ্ৰমৰ পৰা পলায়ন কৰি নাবালিকা গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পাছতহে ঘটনাটো পোহৰলৈ আহিছে। অভিযুক্ত হিন্দু ধৰ্মগুৰু গৰাকী হৈছে স্বামী পূৰ্ণানন্দ। উল্লেখ্য যে ১১ বছৰ পূৰ্বে এইগৰাকী স্বামী পূৰ্ণানন্দৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন হৈছিল। 

জানিব পৰা মতে অভিযোগকাৰী নাবালিকা গৰাকী কেইবাবছৰ ধৰি স্বামী পূৰ্ণানন্দৰ আশ্ৰমৰে বাসিন্দা আছিল। অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ তথ্য অনুসৰি ১৩ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল নাবালিকাগৰাকী। অভিযোগ দাখিল কৰাৰ পিছত মহিলা আৰক্ষীৰ বিশেষ দলে কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

Apply Now

ইয়াৰ পিছত নাবালিকা গৰাকীয়ে স্বামী পূৰ্ণানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। আশ্ৰমত থকা সময়ছোৱাত ধৰ্ম গুৰু গৰাকীয়ে কেইবাবাৰো নাবালিকা গৰাকীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰা বুলি এজাহাৰত উল্লেখ কৰা হৈছে।

জানিব পৰা স্বামী পূৰ্ণানন্দৰ আশ্ৰমত মুঠ ১২ গৰাকী কিশোৰ-কিশোৰী থাকে। ইয়াৰে ৪ গৰাকী হৈছে কিশোৰী। ভুক্তভোগী কিশোৰীগকাৰীয়ে ২০১৬ চনৰ পৰা স্বামী পূৰ্ণানন্দৰ আশ্ৰমত আছিল। আৰু তেতিয়াৰ পৰাই কিশোৰীগৰাকীৰ ওপৰত অবিৰতভাৱে যৌন অত্যাচাৰ চলাই আহিছে স্বামী পূৰ্ণানন্দই।

ইফালে, আৰক্ষীৰ সূত্ৰই জনোৱা মতে, অভিযুক্ত ধৰ্ম গুৰু গৰাকীক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে কয় যে ২০১২ চনতো এইগৰাকী হিন্দু ধৰ্মগুৰুৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছিল। সেই অভিযোগৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।

প্ৰকাশ পোৱা মতে ধৰ্মগুৰু গৰাকীৰ বিৰুদ্ধে কেৱল ধৰ্ষণেই নহয়, ভূমি কেলেংকাৰীৰ অভিযোগো উত্থাপন হৈ আহিছে। তেওঁ আশ্ৰমৰ ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰাৰ অভিযোগ। ইফালে জানিব পৰা মতে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এই ধৰ্মগুৰুজনৰ একাধিক ডিগ্ৰী আছে।

অভিযুক্ত স্বামী পূৰ্ণানন্দৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ থকাৰ পিছতো কিয় আশ্ৰম চলাবলৈ দিয়া হৈছে? সৰ্বত্ৰেই এতিয়া সেই প্ৰশ্নৰ উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd