DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অৱস্থান ধৰ্মঘট

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 8, 2020 5:35 pm
10.9k
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ আঞ্চলিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আজি চিটুৰ আহ্বানত তামুলপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ তেওঁলোকৰ ১৩ দফীয়া দাবীৰ সমৰ্থনত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

তামুলপুৰ আঞ্চলিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যসকলে ধৰ্মঘট থলীত ‘তামুলপুৰত স্থায়ী চিডিপিঅ’ নিযুক্তি দিয়ক, মাননিৰ সলনি আমাক মজুৰি দিয়ক, শীঘ্ৰে বকেয়া ধন আদায় দিয়ক, কেন্দ্ৰৰ খাদ্য নিয়মীয়া কৰক, এনজিঅ’ আঁচনি বন্ধ কৰক, ৰান্ধনী ঘৰ আৰু কেন্দ্ৰবোৰ বিজ্ঞান সন্মত কৰক, অংগনৱাডী কৰ্মী আৰু সহায়িকাৰ পেঞ্চনৰ ব্যৱস্থা কৰক, অংগনৱাড়ী কেন্দ্ৰৰ খেলনাবোৰ উন্নত মানৰ কৰক’ আদি শ্ল’গান দি কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

তামুলপুৰ আঞ্চলিক অংগনৱাডী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী মেৰী বসুমতাৰী আৰু সম্পাদিকা নিলীমা ডেকাই জানিবলৈ দিয়া মতে চিটুৰ আহ্বানত আৰু সন্থাৰ তেৰদফীয়া দাবী চনদৰ ভিত্তিত তেওঁলোকে এই অৱস্থান ধৰ্মঘট পালন কৰি চৰকাৰক সকীয়াই দিব বিচাৰিছে যাতে শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰে।

অন্যথা ইয়াতকৈ অধিক জোৰদাৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ কয়। আজিৰ ধৰ্মঘটস্থলীত তামুলপুৰ আঞ্চলিকৰ কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে সন্থাৰ প্ৰায়বোৰ সদস্যা উপস্থিত থাকে।

Recent News

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Golden Langur বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd