• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনিল আম্বানিয়ে পদত্যাগ কৰিলে ৰিলায়েন্সৰ সঞ্চালকৰ পদৰ পৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 16, 2019 7:28 pm

1 min read

Anil Ambani

অনিল আম্বানি। ফাইল ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

দেউলীয়া ঘোষিত হোৱা ৰিলায়েন্স কমিউনিকেইশ্যন্সৰ সঞ্চালক হিচাপে পদত্যাগ কৰিলে অনিল আম্বানিয়ে।

ভাৰতীয় উদ্যোগ জগতৰ আজিৰ এই বৃহৎ ঘটনাটোত অনিল আম্বানিৰ উপৰি আন চাৰিজনেও সঞ্চালকৰ পদৰ পৰা নিজৰ পদত্যাগ ঘোষণা কৰে। তেওঁলোক হ’ল চাহায়া বীৰানী, ৰীনা কৰনী, মঞ্জৰী কেকাৰ আৰু সুৰেশ ৰংগাচৰ।

কোম্পানিটোৱে বোম্বেই ষ্টক এক্সেইঞ্জক আজি দিয়া এখন জাননীত এই কথা প্ৰকাশ পাইছে।

“ইয়াৰ পূৰ্বে মনিকান্তন ভি-এও কোম্পানিটোৰ এজন সঞ্চালক হিচাপে আৰু লগতে মুখ্য বিত্ত বিষয়া হিচাপে পদত্যাগ পত্ৰ দিছিল। উপৰোক্ত পদত্যাগপত্ৰকেইখন বিবেচনাৰ বাবে কোম্পানিটোৰ কমিটী অব ক্ৰেডিটৰৰ আগত দাখিল কৰা হ’ব”, কোম্পানিটোৱে কয়।

বিত্তীয় বছৰটোৰ দ্বিতীয় চতুৰ্থাংশত কোম্পানিটোৰ ৩০,১৪২ কোটি টকা লোকচান হোৱাৰ তথ্য ১৫ নৱেম্বৰত প্ৰকাশ হৈছিল আৰু তাৰ পিছতে এই অগ্ৰগতি দেখা যায়।

যোৱা অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ত টেলিকম কোম্পানিবোৰক বৃহৎ পৰিমাণৰ ধন অনুজ্ঞাপত্ৰৰ মাচুল আৰু স্পেকট্ৰাম ব্যৱহাৰৰ (adjusted gross revenue) বাবে দিবলৈ নিৰ্দেশ দিছিল, যিটোৱে কোম্পানিবোৰক চৰকাৰক বহু হাজাৰ কোটি টকাকৈ দিবলৈ বাধ্য কৰিছিল।

ৰিলেয়ান্স কমিউনিকেইশ্যনে দিব লগীয়া এই পৰিমাণ আছিল ২৮,৩১৪ কোটি টকা।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd