• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰক্ষকেই ভক্ষক! কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ বাসগৃহত উদ্ধাৰ বন্দুক, কেঁকো সাপ আৰু বহুতো

মৃদুল প্ৰীতম ডেকা,হাজো by মৃদুল প্ৰীতম ডেকা,হাজো
November 10, 2021 1:15 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

ৰক্ষকৰ ৰূপত ভক্ষক! বন বিষয়া নহয় যেন চোৰাং চিকাৰীহে! বন বিষয়াৰ ঘৰত উদ্ধাৰ কেঁকো সাপ, কাছৰ খোলা, চোৰাং চিকাৰৰ সামগ্ৰী, জীৱ জন্তুৰ ছাল, অংগ প্ৰত্যংগ, বন্দুক, গুলি আদি।

দক্ষিণ কামৰূপৰ কুলচিত কৰ্মৰত কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰৰ বাসগৃহত বন বিভাগৰ অভিযানত জব্দ হৈছে এই সামগ্রী।

আজি কামৰূপৰ বংশৰৰ বৰবাৰী পাহাৰৰ এইজন কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ ঘৰত চলিল বন বিষয়া সংগীতাৰাণী সিংহাৰ নেতৃত্বত অভিযান।

এই অভিযানত উন্মোচিত হৈছে কি দৰে কুখ্যাত বন বিষয়া অৰূপ বৈশ্যই বন্য প্ৰাণীৰ চোৰাং চিকাৰ আৰু বন্যপ্ৰাণীৰ অংগৰ বৃহৎ ব্যৱসায়ৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে।

তেওঁৰ গৃহত প্ৰৱেশ কৰাৰ পাছতে হতবাক হৈ পৰে বন বিভাগৰ দলটো।

দীৰ্ঘদিনে অৰূপ বৈশ্যই হৰিণ, কেটেলা পহু, অন্য জীৱ জন্তু চিকাৰ কৰি আহিছে।

কেঁকো সাপৰ ক’লা সাম্ৰাজ্যৰ সৈতে জড়িত এই বন বিষয়া অৰূপ বৈশ্য।

বন্য প্ৰাণীৰ অংগৰ চোৰাং চক্ৰৰ সৈতেও জড়িত থকাৰ কথা পোহৰলৈ আহিছে।

পূৰ্বেও ৰাজপথত বালিৰ ট্ৰাকৰ পৰা ধন লৈ হাতে লোটে ধৰা পৰাৰ পাছত নিলম্বন হৈ ৬ ঘণ্টাৰ ভিতৰত পুনৰ চাকৰিত যোগদান কৰিছিল হাত দীঘল বন বিষয়া কুখ্যাত অৰুপ বৈশ্যই।

এই অভিযানে উন্মোচিত কৰিলে কুখ্যাত বন বিষয়া অৰুপ বৈশ্যৰ ছত্ৰছায়াত কিদৰে চলিছিল কামৰূপত বন্যপ্ৰাণীৰ চোৰাং বেহা তথা বন্য প্ৰাণী চিকাৰ।

অৰূপৰ সৈতে এই নেক্সাছত আৰু কোন কোন জৰিত আছে সেয়া পোহৰলৈ আনিবলৈ দাবী জনাইছে সচেতন মহলে।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd