• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 21, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱৰ পিছত এইবাৰ মহাপুৰুষ মাধৱদেৱকলৈ এনিমেশ্যন ছবি

NE NOW NEWS স্মিতা ভট্টাটাৰ্য
যোৰহাট , December 1, 2018 12:49 pm

1 min read

Animation on Madhabdeb
593
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ নিৰ্মাণ কৰা ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ পূৰ্ণদৈৰ্ঘ্যৰ এনিমেশ্যন ছবিয়ে জনপ্ৰিয়তা লাভ কৰাৰ পিছত এইবাৰ অসমৰ ৰাইজৰ বাবে আহি আছে শ্ৰী শ্ৰী মাধৱদেৱক লৈ নিৰ্মাণ কৰা এখন পূৰ্ণদৈৰ্ঘ্যৰ এনিমেশ্যন ছবি।

উল্লেখযোগ্য যে অহা বৰ্ষৰ মাৰ্চত ৰাজ্যৰ ছবিগৃহলৈ আহিব লগীয়া এইখন হৈছে অসমীয়া ভাষাত নিৰ্মিত দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ এনিমেশ্যন ছবি।

শুকুৰবাৰে গুৱাহাটীৰ হোটেল গ্ৰেণ্ড ভবেনদ্ৰালয়ত আয়োজিত এক অনুষ্ঠানত প্ৰবীন অভিনেতা নিপন গোস্বামীয়ে ছবিখনৰ টিজাৰটো মুকলি কৰে।

এনিমেশ্যন ছবিখনৰ পৰিচালনা কৰিছে গৌতম দাসে। উল্লেখযোগ্য যে ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’খনো তেৱেঁই পৰিচালনা কৰিছিল। নৰ্থ-ইষ্ট নাওক দাসে জানিবলৈ দিয়া অনুসৰি ২২ মাৰ্চ ছবিখনৰ মুক্তিৰ সাম্ভাব্য দিন হিচাপে ধাৰ্য কৰা হৈছে।

ৰমনী চিত্ৰম মেম’ৰিয়েল ট্ৰাষ্টে প্ৰযোজনা কৰা ছবিখনৰ চিত্ৰনাট্য আৰু গৱেষণাত আছে প্ৰভাত চন্দ্ৰ দাস, গুনীন ওজা আৰু জিতেন বসুমতাৰী। তদুপৰি ছবিখনৰ মুখ্য চৰিত্ৰ মহাপুৰুষ মাধৱদেৱৰ চৰিত্ৰত কণ্ঠ দিছে বিশিষ্ট সংস্কৃত গায়ক ৰাঞ্জন বেজবৰুৱাই।

Recent News

Gegong-Apang-joins-jds

জে ডি (এছ)ত যোগদান অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙৰ

Massive recruitment drive, 2019 by Indian Railways: NTPC/ Paramedical Staff/ Grade IV/ Other Posts (130,000 Posts)

অকল ৰে’লত ১,৩০,০০০, নেহৰু যুৱ কেন্দ্ৰৰ ১২ হাজাৰটা পদ; লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ বৰষুণ

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

52874811_2319238324977805_468770374411091968_n

বিজেপিৰ সুশাসনত বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি মৰিছে : সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd