DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কৰ দুৰ্ভগীয়া ছাত্ৰীক বিধায়িকাৰ সহায়ৰ হাত; পিতৃ-মাতৃহীনা অংকিতাক ৫০হাজাৰ টকা প্ৰদান

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 13, 2021 11:51 am
Teok girl story

ফটো: নৰ্থইষ্ট নাও।

255
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণত হাৰ মানি মৃত্যুবৰণ কৰিছিল টীয়ক মেলেঙৰ ১নং ঘৰফলীয়া অঞ্চলৰ নৰেন গগৈয়ে। অতি দুখজনক যে তেওঁৰ পত্নীয়েও কিছুদিন পূৰ্বে মৃত্যুক সাৱটি লৈছিল।

ফলত বৰ্তমান অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে গগৈ পৰিয়ালৰ একমাত্ৰ কন্যা অংকিতা গগৈয়ে।

ইষ্ট-কুটুম্ব তথা গাঁৱবাসীয়ে ইতিমধ্যে সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াইছে যদিও তাৰ সমান্তৰালকৈ টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই অগপ-বিজেপিৰ কেইবাগৰাকীও নেতাৰ সহযোগিতাত নৱম শ্ৰেণীত অধ্যয়নৰত দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ কাষত উপস্থিত হয়।

বিধায়িকাগৰাকীয়ে মেধাবী ছাত্ৰীগৰাকীৰ শৈক্ষিক যাত্ৰাত সহায় হোৱাকৈ শনিবাৰে বিয়লি তৎকালীনভাৱে ৫০০০০/- টকা প্ৰদান কৰে l লগতে অনাথ শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনিৰ অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিহা কৰে।

এই ক্ষেত্ৰত  টীয়ক সমষ্টিৰ অসম গণ পৰিষদ, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, যোৰহাট জিলা অগপৰ সম্পাদক দ্বীপেন বৰগোঁহাই, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ উপস্থিতিত বিধায়িকাগৰাকীয়ে অনাগত দিনতো প্ৰতিটো মুহূৰ্ততে অংকিতাক সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে।

Recent News

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd