• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৌনতাৰ অন্ত! সুশান্ত সিং ৰাজপুত সম্পৰ্কে মুখ খুলিলে প্ৰাক্তন প্ৰেয়সী অংকিতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত মুখ খুলিলে অভিনেত্ৰী অংকিতা লখাণ্ডে।

যোৱা বছৰ জুনত আত্মহত্যাৰ পথ বাচি লোৱা বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেয়সীগৰাকীয়ে তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বিচ্ছেদৰ বিষয়ে জনাইছে।

Apply Now

দুয়োৱে জনপ্ৰিয় টিভি চিৰিয়েল ‘পৱিত্ৰ ৰিস্তা’ত একেলগে কাম কৰিছিল।

৬বছৰ ধৰি চলা তেওঁলোকৰ মাজৰ প্ৰেমৰ সম্পৰ্ক শেষ হয় ২০১৬ চনত।

এটা সাক্ষাৎকাৰত অংকিতাই কয় যে তেওঁ ইমানদিনে মৌন হৈ থকা কাৰণ আছিল যে তেওঁলোকৰ সম্পৰ্কক লৈ কোনেও যাতে ‘তামাছা’ কৰিব নোৱাৰে।

সুশান্তক লৈ তেওঁৰ কোনো অভিযোগ নাই কিন্তু বিচ্ছেদৰ বাবে তেওঁক ট্ৰল কৰাক লৈ তেওঁ ইস্ততঃবোধ কৰিছে, অভিনেত্ৰীগৰাকীয়ে কয়।

‘বলিডউ বাবল’ নামৰ বলিউডৰ এটা সংবাদগোষ্ঠীক দিয়া সাক্ষাৎকাৰটোত অভিনেত্ৰীগৰাকীয়ে কয় যে সুশান্তক এৰি অহা বুলি মানুহে আজি তেওঁক দোষাৰোপ কৰিছে।

কিন্তু তেওঁৰ কথা কোনেও নাজানে বুলি অভিনেত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰিছে।

তেওঁ কয় যে সুশান্ত আৰু তেওঁ খুব স্পষ্টভাৱে তেওঁলোকৰ মাজত বিচ্ছেদ হৈছিল।

”তেওঁ নিজৰ কেৰিয়াৰৰ বাটেৰে যাব খুজিছিল। তেওঁ তেওঁৰ কেৰিয়াৰ বাচি ল’লে আৰু আগুৱাই গ’ল।”- অভিনেত্ৰীগৰাকীয়ে কয়।

বিচ্ছেদৰ পাছত প্ৰায় আঢ়ৈ বছৰ ধৰি তেওঁ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছিল বুলি তেওঁ কয়।

”মোৰ বাবে, এয়া বিৰাট কঠিন আছিল কিন্তু মোৰ পৰিয়াল মোৰ স’তে থিয় হৈছিল। মোৰ জীৱন শেষ হৈ গৈছিল। মই শেষ হৈ গৈছিলো।”- তেওঁ কয়- ”মই নাজানিছিলো তাৰ পাছত কি কৰিব লাগে। মই কাকো দোষাৰোপ কৰিব বিচৰা নাই। তেওঁ নিজৰ বাট বিচাৰি ল’লে।

কিন্তু শেষত তেওঁ শক্তিশালীভাৱে নিজকে প্ৰস্তুত কৰিব পৰা বুলি অভিনেত্ৰীগৰাকীয়ে কয়।

বিচ্ছেদৰ পাছত তেওঁ বিচনাৰ পৰা নামি আহিবলৈ অথবা কাৰো স’তে কথা পাতিবলৈ মন কৰা নাছিল বুলিও তেওঁ কয়।

”হয়তো মই মোক শেষ কৰিব বিচাৰিছিলো।” তেওঁ কয়- ”কিন্তু শেষত মই ইয়াৰ পৰা উলাই আহিলো।”

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ১৪ জুনত মৃত্যুবৰণ কৰা সুশান্তলৈ তেওঁৰ প্ৰাক্তন প্ৰেয়সী অংকিতাই সামাজিক মাধ্যমযোগে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd