• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ধাৰাবাহিক আন্দোলনৰ ঘোষণা নাৰ্ছ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2018 8:36 am
ANM

এ এন এম আৰু এল এইচ এছৰ প্ৰতিবাদ। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ স্বাস্থ্যকেন্দ্ৰসমূহত কৰ্মৰত ১২,০০০ এ এন এম আৰু এল এইচ এছ কৰ্মচাৰীৰ বিভিন্ন দাবী চৰকাৰে পূৰণ নকৰাৰ অভিযোগ তুলি সদৌ অসম এ এন এম আৰু এল এইচ এছ চাৰ্ভিছ সন্থাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

সন্থাৰ ঘোষিত কাৰ্যসূচী অনুসৰি নৱেম্বৰ মাহত কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰিব আৰু ডিচেম্বৰ মাহত কৰ্তৱ্যত উপস্থিত থাকিব যদিও কৰ্ম খতিয়ান দাঙি ধৰাৰ পৰা বিৰত থাকিব। সেইদৰে ১৩ ডিচেম্বৰত সন্থাই দিচপুৰ লাষ্টগেটত দিনজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰিব।

Apply Now

দেওবাৰে দিচপুৰ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত ঘোষণা কৰা অনুসৰি উক্ত আন্দোলনৰ কাৰ্যসূচীৰ পিছতো যদি চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেন্তে পৰ্যায়ক্ৰমে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিব।

সন্থাৰ সাধাৰণ সম্পাদিকা বুলুমা শইকীয়াই সংবাদেমেলত কয় যে এ এন এমসকলৰ চাকৰি বিধি নাই আৰু ইয়াৰ বাবে দাবী জনাই অহাৰ পিছতো চৰকাৰে গুৰুত্ব দিয়া নাই। তদুপৰি, ৰাজ্যখনত খালী হে থকা ৫০০ এ এন এমৰ পদ খালী হৈ আছে যদিও চৰকাৰে নিযুক্তি দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই পদসমূহত শীঘ্ৰে নিযুক্তি দিয়াৰ লগতে চাকৰি বিধি বলবৎ কৰাৰ বাবে তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়।

তেওঁ লগতে এন এইচ এম আৰু চৰকাৰী আঁচনি কাম কৰাসকলক চাকৰিত অগ্ৰাধিকাৰ দিয়াৰ দাবী জনোৱাৰ লগতে এ এন এম আৰু এল এইচ এছ সকলৰ পদোন্নতিৰ ব্যৱস্থা গ্ৰহণ কৰি জ্যেষ্ঠতাৰ তালিকা প্ৰকাশ কৰাৰো দাবী জনায়।

সাধাৰণ সম্পাদিকাগৰাকীয়ে লগতে সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দূৰ কৰি ষষ্ঠ দৰমহা আয়োগে প্ৰদান কৰা ফিক্সড পে’ প্ৰদানৰ দাবী কৰে। আনহাতে, গোৱালপাৰাৰ ২০২ গৰাকী আৰু বৰপেটাৰ ৩৩৯ গৰাকী এ এন এমৰ কেইবামাহৰ দৰমহা ১৯৯৮ চনতে শীৰ্ষ বিষয়াই আত্মাস্যাৎ কৰাৰ পাছত বৰ্তমানেও উক্ত দৰমহা মুকলি কৰি নিদিয়াৰ বাবে শইকীয়াই আক্ষেপ প্ৰকাশ কৰে। তেওঁ উক্ত দৰমহা শীঘ্ৰে আদায় দিয়াৰো দাবী জনায়।

সন্থাৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে লগতে তেওঁলোকে কাম কৰোতে সন্মুখীন হোৱা সমস্যা আৰু তেওঁলোকে পালন কৰি অহা দায়বদ্ধতাৰ বিষয়েও সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd