• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষকৰ দাবী পূৰণ নহ’লে পুনৰ আমৰণ অনশনৰ ভাবুকি আন্না হাজাৰেৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 1:29 pm

1 min read

Anna-Hazare-to-resume
2.1k
VIEWS
Share on FacebookShare on Twitter

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত কুৰি দিন ধৰি দিল্লীৰ ৰাজপথত আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই কেন্দ্ৰেীয় চৰকাৰে।

এনে পৰিস্থিতিত প্ৰতিবাদী কৃষকসকলে অনশনৰ কাৰ্যসূচী হাতত ল’ব বুলি ঘোষণা কৰিছে।

কৃষকসকলৰ দাবীৰ প্ৰতি পুৰ্ণ সমৰ্থন ব্যক্ত কৰি দুৰ্নীতি বিৰোধী আন্দোলনৰ অগ্ৰদূত আন্না হাজাৰেই এই বুলি ঘোষণা কৰিছে যে চৰকাৰে যদি কৃষকসকলৰ দাবী মানি নলয় তেন্তে তেওঁ পুনৰ আমৰণ অনশনত বহিব।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টমাৰলৈ লিখা এখন পত্ৰত আন্না হাজাৰেই এই ভাবুকি দি কৈছে যে চৰকাৰে কেৱল আলোচনাহে কৰি গৈছে , কিন্তু কৃষকসকলৰ প্ৰকৃত সমস্যা সমাধান কৰাৰ বাবে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই।

এনে পৰিস্থিতিত কৃষকসকলৰ স্বাৰ্থত আন্না হাজাৰইে পুনৰ অনশনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব।

পত্ৰ খনত তেওঁ লগতে এই বুলিও কৈছে যে চৰকাৰে আজিলৈকে কৃষকৰ বাবে এমএছ স্বামীনাথনে দাখিল কৰা প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা নাই।

এয়া মানি ল’ব পৰা বিষয় নহয় বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য দুৰ্নীতি বিৰোধী নেতা জনে ২০১৯ চনত আমৰণ অনশন কৰি সমগ্ৰ দেশবাসীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd