• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ ক’ৰ’না মুক্ত ৪৪৯ গৰাকী; মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৮৮২ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2020 9:26 pm

1 min read

ৰাজ্যত পুনৰ ক’ৰ’না মুক্ত ৪৪৯ গৰাকী; মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৮৮২ গৰাকীলৈ বৃদ্ধি

উৎস-ফেইচবুক

764
VIEWS
Share on FacebookShare on Twitter

অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পালেও ৰাজ্যত চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আজি কিছু সময় পূৰ্বে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ৪৪৯ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীক ক’ৰ’না মুক্ত ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

এই সকল লোকক দুবাৰকৈ কৰা ক’ৰ’নাৰ পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ পাছতে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

আজি ক’ৰ’না মুক্ত হোৱা ৪৪৯ গৰাকী লোকৰ সৈতে ৰাজ্যত মুঠ ক’ৰ’না মুক্ত লোকৰ সংখ্যা ৭৮৮২ গৰাকীলৈ বৃদ্ধি পায়।

অসমত বৰ্তমান বিভিন্ন চিকিৎসালয়ত মুঠ ৩৮৩৭ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

অসমত এতিয়ালৈ ১১,৭৩৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে এতিয়ালৈ ১৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা স্থিত কোভিড চিকিৎসা কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰে।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd