• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAB বিৰোধী আন্দোলনত আৰু এজন চহিদ; ডিব্ৰুগড়ত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ আক্ৰমণত আহত বিজেন্দ্ৰ পাংগিৰ শেষ নিশ্বাস ত্যাগ

NE NOW NEWS এন ই নাও নিউজ
ডিব্ৰুগড় , December 13, 2019 1:42 pm

1 min read

Protest Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

10.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ চহিদৰ সংখ্যা চাৰি জনলৈ বৃদ্ধি পাইছে।

আজি ডিব্ৰুগড়ত মৃত্যুক আকোৱালি লয় আৰক্ষীৰ লাঠীচালনাত গুৰুতৰভাৱে আহত বিজেন্দ্ৰ পাংগি নামৰ যুৱক গৰাকীয়ে।

বৃহস্পতিবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ বাবে ৰাজপথলৈ ওলাই যোৱা বিজেন্দ্ৰ পাংগিক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে বৰ্বৰ ভাৱে প্ৰহাৰ কৰিছিল যাৰ ফলত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় তেওঁ আৰু আজি চিকিৎসালয়তে মৃত্যু হয় বিজেন্দ্ৰ পাংগিৰ।

বৃহস্পতিবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত আৰক্ষীৰ গুলীত তিনিগৰাকী প্ৰতিবাদকাৰী চহিদ হৈছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি ৰাজপথত নামে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰঞ্জিত তামুলী আৰু পঞ্জীয়কে।

১১ ডিচেম্বৰত বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত অসমত বিধেয়ক বিৰোধী আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে আছুৱে আহ্বান কৰা গণ আন্দোলনত অংশ লয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য গৰাকীয়ে।

ডিব্ৰুগড় জিলাত আজি জিলা প্ৰশাসনে ৭ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিছে।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd