• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত বিজেপিৰ দ্বিতীয়জন বিধায়ক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 1, 2020 7:18 pm

1 min read

index.jpgbb

মুখ্যমন্ত্ৰীৰ সৈতে বিধায়ক নাৰায়ণ ডেকা

491
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ আৰু এগৰাকী বিধায়ক মাৰাত্মক কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে।

বিধায়ক নাৰায়ণ ডেকা ক’ৰ’নাত আক্ৰান্ত বুলি খবৰ আহিছে।

বৰক্ষেত্রী সমষ্টিৰ শাসকীয় বিজেপি দলৰ বিধায়ক নাৰায়ণ ডেকা।

বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে এই কথা।

বুধবাৰে তেওঁ COVID19 ৰ দ্বাৰা আক্ৰান্ত বুলি ৰিজাল্ট অহা বুলি সূত্ৰটোৱে কয়।

জানিব পৰা মতে, মঙ্গলবাৰে কিছু অসুস্থতা অনুভৱ কৰাত বিধায়কজনে স্বাৱ টেষ্ট কৰাইছিল।

তাৰ পাছৰে পৰা বিধায়ক আৱাসত কোৱেৰেন্টাইন হৈ আছিল নাৰায়ণ ডেকা।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আন এগৰাকী বিজেপি বিধায়ক কৃষেন্দু পালৰ COVID19 পজিটিভ চিনাক্ত হৈছিল।

পাথাৰকান্দি সমষ্টিৰ বিজেপি বিধায়ক কৃষেন্দু পাল।

তেওঁ ইতিমধ্যে সুস্থ হৈ ঘৰতে কোৱাৰেন্টাইন হৈ থকা বুলি জানিব পৰা গৈছে।

ইয়াৰোপৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ চাৰিজনকৈ দেহৰক্ষীও COVID19 ত আক্ৰান্ত হৈছে।

ৰঞ্জিত দাসেও ইতিমধ্যে স্বাৱ পৰীক্ষা কৰাইছে, কিন্তু তেওঁৰ ফলাফল এতিয়াও পোৱা হোৱা নাই।

অসমত, বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে COVID19 ত আক্ৰান্তৰ সংখ্যা।

যোৱা ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা ৫০০ ৰো অধিক বুলি সংবাদমেলত জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Tags: COVID-19

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd