• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন এজন “দুৰ্ভগীয়া”ৰ জীৱনৰ কৰুণ সমাপ্তি ডিটেনশ্যন কেম্পত

“ভাৰতীয় যদি কিয় বন্দী কৰিছিল উত্তৰ দিয়ক, বাংলাদেশী যদি বাংলাদেশলৈ মৃতদেহ পঠাওক”

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 12, 2019 8:05 pm
Basudeb Bishwas_New

ডিটেনশ্যন কেম্পত মৃত্যু হোৱা বাসুদেৱ বিশ্বাসৰ দুখনমান নথিৰ প্ৰতিলিপি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰ তালিকাত নাম তথা ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাৰ পিছতো সন্দেহজনক বাংলাদেশী বুলি চৰকাৰে কাৰাগাৰত ৰখা আন এজন লোকৰ বন্দিত্ব অৱস্থাতে মৰ্মান্তিক মৃত্যু ঘটাৰ পিছত ব্যক্তিজনৰ বাসস্থান কলিয়াবৰৰ পূৱ-শোৱালনি অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়।

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ৫৮ বছৰীয়া বাসুদেৱ বিশ্বাসৰ ১১ মে’ত ডিটেনশ্যন কেম্পতে মৰ্মান্তিক মৃত্যু ঘটে।

Apply Now

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষাণে জনোৱা মতে ২০১৬ চনৰ পৰা বন্দী হৈ থকা বিশ্বাস উদফাই ৰোগত ভুগি আছিল আৰু ১১ মাৰ্চৰ নিশা বিছনাৰ পৰা পৰি তেওঁৰ মৃত্যু হয়। পৰাৰ পিছত তেওঁক কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

কালি মৃত্যু ঘটাৰ পিছত আজি আৰক্ষীয়ে বাসুদেৱৰ মৃতদেহ তেওঁৰ কলিয়াবৰৰ পূব-শোৱালনি অঞ্চলত থকা পৰিয়ালক চমজাবলৈ অহাৰ সময়ত উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ লোক আৰু স্থানীয় লোকে মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰে।

“ভাৰতীয় যদি কিয় বন্দী কৰিছিল উত্তৰ দিয়ক, বাংলাদেশী যদি বাংলাদেশলৈ মৃতদেহ পঠাওক”, মৃত্যু হোৱাৰ লগে লগে দেহটো চমজাবলৈ অহা পৰিয়াল আৰু স্থানীয় লোকৰ আৰক্ষীক দাবী।

স্থানীয় লোকে বাসুদেৱ বিশ্বাস পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰো দাবী জনায়।

Basudeb Bishwas
ডিটেনশ্যন কেম্পত মৃত্যু হোৱা বাসুদেৱ বিশ্বাসৰ পৰিয়াল আৰু স্থানীয় লোকৰ প্ৰতিবাদ।

স্থানীয় লোকৰ প্ৰতিবাদত আৰক্ষী এক আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হয়। পৰিস্থিতি উত্তেজনাময় হৈ পৰাত কলিয়াবৰ মহকুমা প্ৰশাসনে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েম কৰিছে। কলিয়াবৰৰ দুগৰাকী কাৰ্যবাহী দণ্ডাধীশো উপস্থিত আছে ঘটনাস্থলীত।

স্থানীয় লোকৰ সৈতে আৰক্ষী আৰু প্ৰশাসনে বুজাবুজিৰ চেষ্টা কৰি আছে যদিও বাতৰি লিখা পৰ্য্যন্ত অচলাৱস্থা অব্যাহত আছে।

২০১৬ চনত বাংলাদেশী সন্দেহত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বাসুদেৱে দুজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি গৈছে।

উল্লেখযোগ্য যে যোৱা ১০ মাৰ্চত উচ্চতম ন্যায়ালয়ে ৩ বছৰৰো অধিক সময় ডিটেনশ্যন কেম্পত বন্দী হৈ থকাসকলক কিছুমান চৰ্তত মুকলি কৰি দিয়াৰ অনুমতি দিছিল ৰাজ্য চৰকাৰক।

অসমৰ ডিটেনশ্যন কেম্পবোৰত থকা বন্দীসকলৰ ক্ষেত্ৰত হোৱা মানৱ অধিকাৰ উলংঘন আৰু এইসকলৰ দুৰ্দশাগ্ৰস্ত অৱস্থাটোৱে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মানৱ অধিকাৰ কৰ্মীৰ দৃষ্টি আকৰ্ষণ কৰিছে। উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ গোচৰ চলি আছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd