DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ প্ৰস্ৰাৱৰ ঘটনা! এইবাৰ মহিলাৰ কম্বলত প্ৰস্ৰাৱ সুৰাপায়ী ব্যক্তিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 9:53 pm
Drunk man urinates on female passenger’s blanket
135
VIEWS
Share on FacebookShare on Twitter

নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এখন বিমানত এগৰাকী সুৰাপায়ী ব্যক্তিয়ে বৰ্ষীয় মহিলা এগৰাকীৰ দেহত প্ৰস্ৰাৱ কৰাৰ ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হোৱাৰ পিছতে পুনৰ পোহৰলৈ আহিছে আন এক অনুৰূপ কাণ্ড। পুনৰ এগৰাকী সুৰাপায়ী যাত্ৰীয়ে এগৰাকী মহিলা যাত্ৰীৰ কম্বলত প্ৰস্ৰাৱ কৰাৰ খবৰ প্ৰকাশ পাইছে।

এইবাৰ এই ঘটনা সংঘটিত হৈছে পেৰিছৰ পৰা দিল্লী অভিমুখী এখন এয়াৰ ইণ্ডিয়াৰ বিমানত। পিছে অভিযুক্তই মহিলাগৰাকীক লিখিতভাৱে ক্ষমা খোজাৰ বাবে কোনো আইনী বা দণ্ডবিধিৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়।

খবৰ অনুসৰি, শেহতীয়া এই ঘটনাটো সংঘটিত হৈছিল ৬ ডিচেম্বৰত। ঘটনাৰ পিছতে বিমানখনৰ পাইলটে ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰল (ATC)ক এই বিষয়ে অৱগত কৰে।

এই প্ৰতিবেদন এয়াৰ ট্ৰেফিক কণ্ট্ৰল (ATC)লৈ প্ৰেৰণ কৰাৰ পিছত অভিযুক্ত যাত্ৰীগৰাকীক চি আই এছ এফৰ জোৱানে আটক কৰে। ঘটনা অনুসৰি, অভিযুক্ত ব্যক্তিগৰাকীয়ে মদ্যপান কৰি পিছত তেওঁ অনব’ৰ্ডৰ এগৰাকী মহিলা যাত্ৰীৰ কম্বলত প্ৰস্ৰাৱ কৰে।

বিমানখনৰ পৰা নামি অহাৰ পিছত চি আই এছ এফৰ কৰ্মীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অভিযুক্ত আৰু ভুক্তভোগী মহিলাগৰাকীৰ মাজত ইতিমধ্যে আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ বুজা-পৰা হৈ যোৱাৰ বাবে তেওঁলোকক যাবলৈ দিয়া হয়।

অভিযুক্ত ব্যক্তিগৰাকীয়ে মহিলাগৰাকীক লিখিতভাৱে ক্ষমা বিচাৰে বুলি প্ৰকাশ পোৱাৰ লগতে মহিলাগৰাকীয়েও পোনপ্ৰথমে এজাহাৰ লিখে যদিও পিছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd