DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

য়ুজাৰক বিৰক্ত কৰিবলৈ এইবাৰ হোৱাটছএপত নতুন ফিচাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 8:59 am
1572626928-2532

প্ৰতিনিধিত্বমূলক ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

হোৱাটছএপত য়ুজাৰৰ আকৰ্ষণ কৰিবলৈ সময় সময়ে নতুন ফিচাৰ আগবঢ়োৱাটো কোনো নতুন কথা নহয়। যোৱো বছৰো এই মেছেজিং এপটোৱে এলানি ফিচাৰ আনি য়ুজাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল।

সম্প্ৰতি প্ৰতিযোগিতামূলক পৰিস্থিতিত য়ুজাৰক ধৰি ৰখাৰ প্ৰতি হোৱাটছএপ অতি সতৰ্ক। কিন্তু নৱবৰ্ষৰ আৰম্ভণিতে যিটো ফিচাৰ যোগ দিবলৈ গৈছে সেইটোৱে ব্যৱহাৰকাৰীসকলক সন্তুষ্ট কৰাৰ আশা ক্ষীণ।

এইবাৰ হোৱাটছএপ ষ্টেটাছৰ লগত জড়িত হ’ব বিজ্ঞাপন। অৰ্থাৎ কাৰোবাৰ ষ্টেটাছ চাবলৈ ল’লে প্ৰথমতেই স্ক্ৰীণত ভাহি উঠিব বিজ্ঞাপন।

ফেইচবুকৰ ভিডিঅ’ সমূহত এই বিজ্ঞাপন ইতিমধ্যে আৰম্ভ হৈছে। তেনেধৰণে ফেইচবুকৰ অধীনৰ হোৱাটছএপতো দেখা যাব বিজ্ঞাপন।

জানিব পৰা মতে, ষ্টেটাছত আপলোড কৰা ছবি বা ভিডিঅ’ ফাইলৰ সৈতে দেখা পোৱা যাব এই বিজ্ঞাপন। ইয়াত বিজ্ঞাপনটোৰ কিয়দাংশ তথা বিজ্ঞাপনদাতাকহে মাথোঁ দেখা পোৱা যাব। সম্পূৰ্ণ বিজ্ঞাপন চাবৰ বাবে ছুইপ কৰি আন এটা পেজলৈ যাব লাগিব।

তদুপৰি, হোৱাটছএপত আৰু এটা ফিচাৰ যোগ হ’বলৈ গৈ আছে। সেইটো হ’ল ডিলিট মেচেজ।বৰ্তমান ব্যক্তিগত চাটত “ডিলিট ফৰ এভৰিৱান’ অপশ্যনটো আছিল। এতিয়াৰে পৰা গ্ৰুপ এডমিনৰ হাতত দিয়া হ’ব বিশেষ ক্ষমতা।

গ্ৰুপত অহা যিকোনো মেচেজ এডমিনে ডিলিট কৰি দিব পাৰিব। “ডিলিট ফৰ এভৰিৱান’ত বিপৰীত দিশত থকা লোকজনে কোনো মচেজ ডিলিট কৰি দিয়া কথাটো জানিব পাৰে। কিন্তু ইয়াত তাৰ কোনো চিন-মোকাম নাথাকিব।

হোৱাটছএপৰ সৈতে এই ফিচাৰটো যোগ হ’লে ডিলিট মেচেজ অপশ্যনটো অন বা অফ কৰি ৰাখিব পৰা যাব। ইয়াৰ পাছত মেচেজ ডিলিট কৰিব বিচাৰিলে এটা নিৰ্দিষ্ট সময়ৰ অপশ্যন ছিলেক্ট কৰিব লাগিব।

এক ঘন্টা, এদিন, এক সপ্তাহ, এমাহ আৰু এবছৰ এই পাঁচটা অপশ্যন থাকিব। আপুনি বাচি ল’লেই হ’ল। মাত্ৰ ইয়াত কোনো বেকআপ নাথাকিব।

উক্ত দুয়োটা ফিচাৰৰ ভিতৰত ডিলিট মেচেজ ফিচাৰটোৱে য়ুজাৰক কিছু সকাহ দিয়াৰ বিপৰীতে বিজ্ঞাপন দিয়া ফিচাৰটোৱে য়ুজাৰক বিৰক্ত কৰাৰ সম্ভাৱনাই অধিক।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd