• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱতৰণৰ সময়তে ‘ব্ৰেক ফেইল’! ৰাণৱেৰ পৰা ছিটিকি গৈ বিধ্বস্ত তেজছ যুদ্ধ বিমান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 23, 2026 10:55 am
85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ুসেনাৰ গৌৰৱ, থলুৱাভাৱে নিৰ্মিত ‘তেজছ’ যুদ্ধ বিমান পুনৰ আন এক দুৰ্ঘটনাৰ কবলত পৰে। প্ৰশিক্ষণৰ অন্তত ঘাটিলৈ উভতি যোৱাৰ পথত অৱতৰণৰ সময়ত বিপৰ্যয়ৰ সন্মুখীন হয়।

চকাই ৰাণৱে স্পৰ্শ কৰাৰ মুহূৰ্ততে বুজা গ’ল যে বিমানখনৰ ব্ৰেকটোৱে কাম কৰা নাই। পৰিস্থিতি মাৰাত্মক দেখি পাইলটে সময় নষ্ট নকৰাকৈ জৰুৰীকালীন প্ৰস্থান (ইমাৰ্জেঞ্চি এক্সিট) ব্যৱহাৰ কৰি বিমানৰ পৰা জপিয়াই ওলাই আহিল। কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কেইবা কোটি টকাৰ এই যুঁজাৰু বিমানখন ৰাণৱেৰ পৰা ছিটিকি যোৱাৰ ফলত সাংঘাতিক ক্ষতিগ্ৰস্ত হয়।

Apply Now

সংবাদ সংস্থাৰ তথ্য অনুসৰি চলিত মাহৰ ৭ তাৰিখে সংঘটিত হৈছে এই ঘটনা। অৱশ্যে প্ৰথম অৱস্থাত বায়ুসেনাই বিষয়টোৰ গোপনীয়তা বজাই ৰাখিছিল। জনা যায় যে যেতিয়া বিমানখন নিয়মীয়া অনুশীলনৰ অন্তত এয়াৰবেছলৈ উভতি আহিছিল তেতিয়া যান্ত্ৰিক সমস্যাৰ সৃষ্টি হৈছিল। ব্ৰেক ফেইল হোৱাৰ বাবে বিমানখনৰ গতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।

যোৱা কেইবছৰমানৰ ভিতৰত তেজছৰ বাবে এয়া তৃতীয়টো দুৰ্ঘটনা। ইয়াৰ পূৰ্বে ৰাজস্থানৰ জয়ছালমেৰ আৰু ডুবাইত অনুষ্ঠিত হোৱা এয়াৰ শ্ব’তো দুৰ্ঘটনাগ্ৰস্ত হৈছিল এই মডেলৰ যুঁজাৰু বিমান।

ধাৰাবাহিকভাৱে সংঘটিত দুৰ্ঘটনাৰ ফলত উদ্বিগ্ন হৈ পৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়। সুৰক্ষাৰ স্বাৰ্থত বায়ুসেনাই সদ্যহতে প্ৰায় ৩০খন একক আসনৰ তেজছ যুদ্ধ বিমান গ্ৰাউণ্ডেড বা বহাই ৰখাৰ সিদ্ধান্ত লৈছে। এটা বিশেষজ্ঞ দলে প্ৰতিখন বিমান বিতংভাৱে পৰীক্ষা কৰিব। বিশেষকৈ ব্ৰেকিং চিষ্টেম আৰু ইঞ্জিনত কোনো ধৰণৰ আভ্যন্তৰীণ বিসংগতি আছে নেকি সেয়া পৰীক্ষা কৰা হ’ব। খবৰ পোৱা গৈছে যে এই বিমানবোৰে গ্ৰীণ চিগনেল নোপোৱালৈকে পুনৰ আকাশত উৰিব নোৱাৰিব।

কেন্দ্রই হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ক হাজাৰ হাজাৰ কোটি টকাৰ বিনিময়ত তেজছ প্রস্তুত কৰাৰ ঠিকা দিছিল৷ কিন্তু কোম্পানীটোৱে সময়মতে বিমানখন যোগান ধৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ জি ই এৰ’স্পেচৰ পৰা ইঞ্জিন যোগান নোপোৱাৰ বাবে উৎপাদনত বাধাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত তেজছৰ বাৰে বাৰে সংঘটিত দুৰ্ঘটনাই বায়ুসেনাৰ আধুনিকীকৰণ প্ৰক্ৰিয়াত ডাঙৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd