• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ক্ষতিগ্ৰস্ত শোনিতপুৰৰ পৰ্যটন খণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 11:52 am
Nameri-Wildlife-sanctuary.-Image-credit-Northeast-Now-750x375

নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে হৈ থকা আন্দোলনৰ ফলত বেয়াকৈ প্ৰভাৱ পৰিছে শোনিতপুৰ জিলাৰ পৰ্যটন উদ্যোগটোত।

অবিভক্ত শোনিতপুৰ জিলাখন দেশী-বিদেশী পৰ্যটকৰ বাবে সদায়ে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। কিয়নো তাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, সোনাই-ৰূপাই বণ্যপ্ৰাণী অভয়াৰণ্যৰ লগতে আছে ঐতিহাসিক তেজপুৰ চহৰ।

Apply Now

কিন্তু অসমত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উক্ত স্থান সমূহত এইবাৰ পৰ্যটকৰ উপস্থিতি মুঠেই নাই বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত জিলা পৰ্যটন বিষয়া বাসৱ বৰাই নৰ্থ-ইষ্ট নাওক কয়, ‘তেজপুৰ, পৰ্যটক সকলৰ বাবে সদায়েই আকৰ্ষণৰ ঠাই। কিন্তু যোৱা তিনিমাহত মাত্ৰ ১৫৪ গৰাকী পৰ্যটকহে ইয়ালৈ আহিছে’।

‘১৫৪ গৰাকী পৰ্যটকৰ ভিতৰত মাত্ৰ ৫ গৰাকী বিদেশী। অঞ্চলটোত হৈ থকা কা বিৰোধী আন্দোলনৰ বাবেই পৰ্যটক সকল শংকিত, যাৰ বাবে এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে’।

তেওঁ লগতে কয় যে পাহাৰীয় ৰাজ্য অৰুণাচলৰ গাতে লাগি থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈ এই সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ শ-শ লোক আহিছিল।

‘কিন্তু এইবাৰ, নামেৰী-ভালুকপুং অঞ্চলত বিপৰীত ছবি। এই পৰ্যন্ত, শোনিতপুৰ জিলাই লাভ কৰা তথ্য অনুসৰি অঞ্চলটো পৰিভ্ৰমণৰ বাবে ১৫৪ গৰাকী দেশী আৰু পাঁচগৰাকী বিদেশী পৰ্যটক আহিছে’। এই কথা বৰাই জনায়।

তেওঁ লগতে কয়, ‘যোৱা বছৰ ২,০৮২ গৰাকী সহিতে সৰ্বমুঠ ৩৩,২৫৯ গৰাকী পৰ্যটকে কাজিৰঙা দৰ্শন কৰিছিল। কিন্তু চলিত বছৰৰ যোৱা তিনি মাহত মাত্ৰ ১৫,২১৮ গৰাকী পৰ্যটকেহে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰিছে’।

একেই দশা হৈছে বিভিন্ন পৰিভ্ৰমী চৰাইৰ কলৰৱেৰে মুখৰিত হৈ থকা তথা বিভিন্ন জীৱ-জন্তুৰ বিচৰণ ভূমি সোনাই-ৰূপাই বণ্যপ্ৰাণী অভয়াৰণ্যৰো।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিৱকুমাৰে কয়, ‘আন্দোলনৰ বাবে বন্ধ কাৰ্যসূচীৰ আহ্বান তথা বিভিন্ন হ্বিংসাত্মক কাৰ্যকলাপৰ বাবে বিভিন্নজনে বুকিং বাতিল কৰিছিল, যাৰ বাবে আমিও অসুবিধাত পৰিছিলো’।

তেওঁ লগতে কয়, ‘কিন্তু এতিয়া পৰিস্থিতি স্বাভাৱিক হ’বলৈ ধৰিছে, আৰু আমি আশাবাদী যে পৰ্যটকৰ উপস্থিতি বাঢ়িব’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd