• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA বিৰোধী প্ৰতিবাদে বিজেপিক ২০২১ ত সহায়হে কৰিব : হিমন্ত বিশ্ব শৰ্মা

‘শীঘ্ৰে  CAA বিৰোধী প্ৰতিবাদ গ্ৰিনিজ বুকত অন্তৰ্ভূক্ত হ’ব’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2019 6:55 pm

1 min read

HBS

হিমন্ত বিশ্ব শৰ্মা

749
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসম নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ থকাৰ সময়ত বুধবাৰে বিজেপিয়ে বৰপেটাত শান্তি সমদল অনুষ্ঠিত কৰে।

শান্তি সমদলক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলৰ অধিক লাভহে হ’ব বুলি কয়।

‘‘অসমৰ জনসাধাৰণ আমাৰ লগত আছে আৰু তেওঁলোকে জানে CAA অসমীয়া ভাষা, সংস্কৃতি আৰু পৰিছয়ত কোনোধৰণৰ ক্ষতি নকৰে,’’ হিমন্তৰ মন্তব্য।

‘‘২০২১ বিধানসভা নিৰ্বাচনত আমি অভিলেখ সংখ্যক আসন দখল কৰি চৰকাৰ গঠন কৰিম,’’ হিমন্তই লগতে কয়।

হিমন্তই বিজেপি দলে ২০২১ নিৰ্বাচনত ১০০ খন আসন দখল কৰিব বুলিও কয়।

আনহাতে, নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কত মত প্ৰকাশ কৰি হিমন্তই ইয়াৰ দ্বাৰা অধিক হিন্দু বাংলাদেশী প্ৰৱেশ কৰিব পাৰিব বুলি কোৱা কথাক মিছা আখ্যা দিয়ে।

তেওঁ লগতে প্ৰতিবাদী সকলক ঠাট্টা কৰি শীঘ্ৰেই প্ৰতিবাদে গ্ৰিনিজ বুক ৰেকৰ্ডত স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব বুলি জনায়।

‘‘মিছা বাতৰিৰে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে আৰু মই নিশ্চিত যে শীঘ্ৰে এই প্ৰতিবাদে গ্ৰিনিজ বুকত অভিলেখ স্থাপন কৰিব,’’ শৰ্মাই কয়।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd