• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সাতখন BMW গাড়ী লাগে,’ দেশৰ দুৰ্নীতি দমন সংস্থাৰ ৫ কোটি টকাৰ নিবিদাকলৈ বিতৰ্ক তুংগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2025 7:55 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন বা দুখন নহয়, একেবাৰে সাতখন গাড়ী। আৰু সেয়াও কেৱল যিকোনো গাড়ী নহয়। BMW 330Li ছিৰিজৰ চেডান। লোকপালৰ কাৰ্যালয়ৰ পৰা এনে এখন নিবিদা ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

লোকপাল ভাৰতৰ এটা স্বায়ত্তশাসিত সংস্থা। ইয়াৰ মূল কাম হৈছে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া। এনে এটা সংস্থাই ইমান দামী গাড়ী ক্ৰয় কৰাৰ নিবিদা দিয়াৰ পিছতে আৰম্ভ হৈছে এক তীব্ৰ বিতৰ্ক। কিয় ইমান দামী গাড়ীৰ প্ৰয়োজন লোকপালৰ কাৰ্যালয়ত? বহুতে প্ৰশ্ন কৰিছে।

Apply Now

মুকলি নিবিদাৰ জৰিয়তে ক্ৰয় কৰা হ’ব বিএমডব্লিউ গাড়ী। অৰ্থাৎ যিকোনো ব্যক্তিয়ে নিবিদা জমা দিব পাৰিব।

সূত্ৰ অনুসৰি, এই সাতখন গাড়ীৰ বাবে ব্যয় হ’ব প্ৰায় ৫ কোটি টকা। এই লং হুইল বেছ বিএমডব্লিউ গাড়ীবোৰ অতি আৰামদায়ক। বৃহৎ উদ্যোগপতি, ব্যৱসায়ী বা চেলিব্ৰিটিয়ে সাধাৰণতে এই গাড়ীবোৰ চলায়। মূল্য ৬০ লাখতকৈও অধিক। চৰকাৰী কামৰ বাবে এনে বিলাসী গাড়ীৰ প্ৰয়োজনীয়তাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

নিবিদাখনত উল্লেখ কৰা হৈছে যে কেৱল গাড়ীয়েই নহয়, বিএমডব্লিউৱে লোকপালৰ চালক আৰু কৰ্মচাৰীসকলকো প্ৰশিক্ষণ দিব লাগিব।

লোকপাল কৰ্তৃপক্ষৰ মতে এই গাড়ীসমূহ প্ৰশাসনিক আৰু চৰকাৰী প্ৰয়োজনৰ বাবে ক্ৰয় কৰা হৈছে।

এই নিবিদাৰ বিৰুদ্ধে মাত মাতিছে বিৰোধীয়ে। তেওঁলোকৰ মতে চৰকাৰী কামৰ বাবে নিশ্চিতভাৱে এখন উন্নত গাড়ীৰ প্ৰয়োজন। কিন্তু তাতো হোণ্ডা চিটি বা স্ক’ৰপিঅ’ৰ দৰে ভাল গাড়ী এখনেই যথেষ্ট। বিএমডব্লিউৰ দৰে ইমান দামী গাড়ীৰ প্ৰয়োজন কিয়? প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতাসকলে। দুৰ্নীতি বিৰোধী সংস্থা এটাক ইমান বিলাসী গাড়ী কিয় লাগে বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতে কয়, ‘লোকপাল কাৰ্যতঃ এটা নিষ্ক্ৰিয় সংস্থা। এই আটাইকেইটা বছৰত ই কোনো ডাঙৰ দুৰ্নীতিৰ গোচৰৰ সমাধান কৰিব পৰা নাই। ইমান দামী গাড়ী কিনি কি লাভ?’ তেওঁ কটাক্ষ কৰি কয়, ‘লোকপাল এতিয়া কেৱল অৱসৰপ্ৰাপ্ত আমোলাসকলৰ কাম-কাজ অব্যাহত ৰখাৰ ঠাই হৈ পৰিছে। এই সংস্থাটো বিলুপ্ত কৰা উচিত।’

তেলেংগানাৰ কংগ্ৰেছ নেতা সামা মোহন ৰেড্ডীয়েও লোকপালক তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয়, “দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ যিটো সংগঠনে সৃষ্টি কৰা হৈছিল, সেই সংস্থাটোৱেই এতিয়া ৫ কোটি টকাৰ এখন বিএমডব্লিউ ক্ৰয় কৰিছে। যোৱা ১১ বছৰত লোকপালে এটাও দুৰ্নীতিৰ গোচৰ সমাধান কৰিব পৰা নাই।”

ৰাজনৈতিক মহলৰ একাংশই কৈছে যে দুৰ্নীতি বিৰোধী সংগঠন এটাই যদি এনে এখন বিলাসী গাড়ী ক্ৰয় কৰে তেন্তে সাধাৰণ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হ’বই।

এই তুমুল বিতৰ্কৰ পিছত লোকপাল কৰ্তৃপক্ষই তেওঁলোকৰ সিদ্ধান্তৰ সমৰ্থনত কি যুক্তি আগবঢ়ায় সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd