• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰোনাৰ পিছৰে পৰা বাঢ়িছে ডিপ্ৰেছন! ৪ বছৰত ৬৪ শতাংশ বৃদ্ধি মানসিক ৰোগৰ ঔষধৰ বজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2025 9:20 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনাৰ পিছত সমগ্ৰ বিশ্বতে মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি বৃদ্ধি পাইছে মানসিক ক্লান্তি বা হতাশাত ভুগি থকা লোকৰ সংখ্যা। ২০২০-২০২৪ চনৰ ভিতৰত মানসিক ৰোগ বৃদ্ধি পোৱাৰ বাবে এন্টি ডিপ্ৰেছন ঔষধৰ বিক্ৰীও বৃদ্ধি পাইছে।

২০২০ চনত মানসিক ৰোগৰ ঔষধৰ বজাৰ মূল্য আছিল ১৫৪০ কোটি টকা। ২০২৪ চনৰ নৱেম্বৰ মাহত ২ হাজাৰ ৫৩৬ কোটিলৈ বৃদ্ধি পাইছে। অৰ্থাৎ বজাৰৰ প্ৰায় ৬৪ শতাংশ বৃদ্ধি পাইছে। যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ ১৩ শতাংশ।

Apply Now

২০২০ চনৰ তুলনাত এচিটেল’গ্ৰাম আৰু ক্ৰ’নাজেপামৰ সংমিশ্ৰিত ঔষধৰ বিক্ৰী ৫৯.৩৫ শতাংশ বৃদ্ধি পাইছে। এচিটাইল’গ্ৰামে হতাশা, উদ্বেগজনক বিকাৰ, মগজুত চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। উদ্বেগ, আতংক, আক্ৰমণ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ শান্ত কৰিবলৈ ক্ল’নাজেপাম ব্যৱহাৰ কৰা হয়।

এই সময়ছোৱাত চাৰ্ট্ৰালাইনৰ বিক্ৰীও ৪৮.২ শতাংশ বৃদ্ধি পাইছে। ই হতাশা, অ’চিডি, আঘাতৰ পিছৰ মানসিক চাপ হ্ৰাস কৰে।

মনোৰোগ বিশেষজ্ঞৰ মতে ভাৰতত এচিটেল’গ্ৰাম আৰু ক্ল’নাজেপাম ঔষধৰ বিক্ৰী বৃদ্ধিৰ কাৰণ হ’ল আন চিকিৎসকেও অস্থিৰোগ, ক্ৰনিক গেছ-হাৰ্টবাৰ্ণ ৰোগীক এই ঔষধ প্ৰেছক্ৰিপচন কৰে। তদুপৰি এতিয়া মানুহে ডিপ্ৰেছনৰ প্ৰতি আগৰ তুলনাত অধিক সচেতন হৈ ডাক্তৰৰ ওচৰলৈ গৈছে।

কৰ’না কালত ভাৰতৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক মন্দাৱস্থা এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। চহা লোকৰ মাজত বিষণ্ণতা বৃদ্ধি পাইছে। চহৰসমূহত ডিজিটেল নিৰ্ভৰশীল জীৱনশৈলীৰ ফলত শাৰীৰিক শ্ৰম হ্ৰাস পাইছে। ছ’চিয়েল মিডিয়া আৰু স্ক্ৰীণটাইম বৃদ্ধিয়েও পৰোক্ষভাৱে হতাশা বৃদ্ধিত অৰিহণা যোগাইছে।

চিকিৎসকৰ মতে, ক’ৰ’নাৰ ডিপ্ৰেছন, অব্ছেছিভ এনজাইটি ডিছঅৰ্ডাৰ, বাইপোলাৰ ডিছঅৰ্ডাৰ, স্কিজ’ফ্ৰেনিয়া বৃদ্ধি পাইছে। আনকি কৰোনাত আপোনজনক হেৰুৱাৰ শোকৰ পৰাও হতাশা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। কৰ’নাত মৃত্যু হোৱা আত্মীয়ক সঠিকভাৱে সমাধিস্থ কৰিব নোৱাৰাৰ বাবে বহু লোক মৰ্মাহত হৈ পৰে, ট্ৰেজেডী প্ৰত্যক্ষ কৰাৰ পিছত অস্থিৰ হৈ পৰে। ডেকা প্ৰাপ্তবয়স্কৰ মাজত হতাশা বৃদ্ধি পাইছে। বহু লোকে কোভিড আৰু ভৱিষ্যতৰ ভয়ত আত্মহত্যাৰ চিন্তা মনলৈ আনিছে। চিকিৎসাৰ জৰিয়তে তেওঁলোকৰ চিকিৎসা সম্ভৱ হৈছে।

কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দীৰ্ঘদিন ধৰি মানসিক ৰোগৰ ঔষধ ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া হব পাৰে। গেছ, বদহজম, পুৰুষৰ যৌন বিকাৰ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd