DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণাত আক্ৰান্ত অভিনেতা অনুপম খেৰৰ মাতৃ, ভাতৃ, খুলশালী আৰু ভতিজী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2020 1:39 pm
anupam-kher-mother-759
3.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে এতিয়া বলীউডতো ত্ৰাসৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিগ-বি অমিতাভ বচ্চন আৰু অভিষেক বচ্চন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰৰ মাতৃ, ভাতৃ, খুলশালী আৰু ভতিজী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

অভিনেতা অনুপম খেৰে টুইটাৰত এই বুলি কৈছে যে তেওঁৰ মাতৃ দুলাৰী, ভাতৃ ৰাজু, খুলশালী ৰিমা  আৰু ভতিজী বৃন্দা ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

মাতৃ দুলাৰীক মুম্বাইৰ কোকিলাবেন হস্পিতালত ভৰ্তি কৰোৱা হৈছে যদিও আন কেইগৰাকীক ঘৰতে কোৱাৰেন্টাইন কৰা হৈছে বুলি অনুপম খেৰে প্ৰকাশ কৰিছে।

অনুপম খেৰে প্ৰকাশ  কৰা অনুসৰি কিছুদিন ধৰি তেওঁৰ মাতৃয়ে ভোক নলগা বুলি কৈ আহিছিল।

চিকিৎসকে তেওঁৰ তেজ পৰীক্ষা কৰাৰ লগতে চিটি স্কেনো কৰে । তেজ পৰীক্ষাৰ ফলাফল ঠিকে আহে যদিও চিটি স্কেনৰ ফলাফলত সন্দেহ হোৱাত চিকিৎসকে তেওঁৰ কোভিডৰ পৰীক্ষা কৰোৱায়।

বৰ্তমান আটাইকেইগৰাকী ব্যক্তি সুস্থ হৈ থকা বুলি অনুপম খেৰে প্ৰকাশ কৰিছে।

ইপিনে নানাৱতী হস্পিতালত চিকিৎসাধীন হৈ থকা অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে।

Tags: COVID-19

Recent News

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd