• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৪ত যুঁজ হ’ব মোদী বনাম কেজৰিৱালৰঃ মনীষ চিছোদিয়া

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 20, 2022 6:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ত যুঁজ হ’ব মোদী বনাম কেজৰিৱালৰ৷ আজি এই মন্তব্য কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই৷ কালি চিবিআইয়ে বিতৰ্কিত আবকাৰী নীতিক লৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত অভিযান চলাইছিল। চিবিআইয়ে অভিযোগ কৰিছিল যে দিল্লীৰ নতুন আবকাৰী নীতিত যথেষ্ট দুৰ্নীতি হৈছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শনিবাৰে এইবিষয়ত মুখ খোলে আৰু চিবিআইৰ অভিযানৰ পিছত তেওঁ এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি স্পষ্ট ভাষাৰে কয়৷ চিছোদিয়াৰ অভিযোগৰ পিছতে কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে তেওঁৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে৷

বিজেপি নেতাজনে কয় যে যদিও মনীষ চিছোদিয়া আবকাৰী গোচৰৰ অভিযুক্ত, মুখ্য ব্যক্তি জন হৈছে অৰবিন্দ কেজৰিৱাল। ঠাকুৰে কয়, “মনীষ চিছোদিয়া আবকাৰী কেলেংকাৰীৰ অন্যতম মুখ্য অভিযুক্ত, কিন্তু অৰবিন্দ কেজৰিৱাল দুৰ্নীতিৰ মুখ্য মুৰব্বী। দুৰ্নীতিবোৰ ধৰা পৰি অহাৰ পিছত তেওঁৰ মুখখন শেঁতা হৈ পৰিছে। “

Apply Now

ইপিনে বিজেপিক তীব্ৰ আক্ৰমণ কৰি চিছোদিয়াই কয়, “নতুন আবকাৰী নীতিত কোনো কেলেংকাৰী হোৱা নাই। কেজৰিৱালৰ নেতৃত্বত দিল্লীৰ চৰকাৰে কৰা কাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি কাকতত প্ৰকাশ হৈছে। যদি কোনোবাই ভাল কাম কৰে, মোডীজীয়ে ভাল নাপায়, সেয়েহে ইডি, চিবিআই আদিৰ জৰিয়তে হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মই আপোনালোকক ক’ব পাৰোঁ যে দেশৰ ৰাইজে কেজৰিৱালক কেনেদৰে মৰম কৰিবলৈ আৰম্ভ কৰিছে সেয়া সকলোৱে দেখিছেই৷ কেজৰিৱাল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডীৰ বিৰুদ্ধে মুখ্য প্ৰতিদ্বন্দী হ’ব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডী বনাম কেজৰিৱালৰ যুঁজ হ’ব৷

চিছোদিয়াৰ সন্দৰ্ভত কৰা মন্তব্যৰ সন্দৰ্ভত ঠাকুৰে কয়, “অতীতত আম আদমী পাৰ্টীয়ে দীঘলীয়া ভাষণ দিছিল, কিন্তু দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত থিয় হ’ব নোৱাৰিলে। ‘

উল্লেখ্য কেজৰিৱাল চৰকাৰৰ নতুন আবকাৰী নীতিক লৈ যথেষ্ট হুলস্থূল হৈছিল৷ ফলত চৰকাৰেসেয়া প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে চৰকাৰৰ আবকাৰী নীতিক লৈ বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন কৰি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ফালে পোনপটীয়াকৈ আঙুলি টোৱাইছিল।

চিছোদিয়াই কয়, “এয়া দেশৰ সকলো ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আবকাৰী নীতি আছিল। লেফটেনেণ্ট গভৰ্ণৰৰ ষড়যন্ত্ৰৰ বাবে এই নীতি প্ৰত্যাহাৰ কৰা হৈছে। যদি এই নীতি কাৰ্যকৰী কৰা হয়, চৰকাৰে বছৰি ১০,০০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিলেহেঁতেন। “

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd