• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক  আবাস গৃহ খালী কৰিবলৈ  দিয়া নিৰ্দেশক হঠকাৰী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2021 8:16 pm
Nagaon_Paper_Mill-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই যোৱা ৪ ছেপ্টেম্বৰ, ২০২১ ত সাংসদ  প্ৰদ্যুত বৰদলৈৰ অধ্যক্ষতাত আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতিদ্বয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপাধ্যক্ষতাত এইচ.পি.চি.এল., নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী নিবাৰণ কমিটি এখন গঠন কৰি দিছিল।

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এনেদৰে কোৱা হৈছে।

Apply Now

তাৎক্ষণিক ভাৱে যোৱা ৫ ছেপ্টেম্বৰ,২০২১ তাৰিখে সাংসদ  প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত জাগীৰোডত উপস্থিত হৈ নগাঁও কাগজ ক’লৰ কৰ্মচাৰীৰ এটি প্ৰতিনিধিৰ দলৰ সৈতে এক বৈঠকত মিলিত হয়।

কাগজ ক’লটোৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি মুখামুখি হোৱা সমস্যাৱলীৰ লগতে বাৰে বাৰে কাগজ ক’ল পুনৰোজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰে কৰা প্ৰতাৰণা আৰু বিগত ৫৮ মাহ ধৰি নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ ৯৩ গৰাকী কৰ্মচাৰীৰ শোকাৱহ মৃত্যুৰ ওপৰত কমিটিয়ে আলোচনা  কৰে।

কমিটিখনে কাগজ ক’লৰ কৰ্মচাৰীক আবাহগৃহ খালী কৰিবলৈ দিয়া চৰকাৰী নিৰ্দেশৰ ওপৰত বুজ্ লয় আৰু এই সমগ্ৰ ঘটনাৱলীৰ ওপৰত নিম্নোক্ত সিদ্ধান্ত সমূহ গ্ৰহণ কৰে।

১. অসমত বন্ধ হৈ থকা এই কাগজ ক’লৰ কৰ্মচাৰী সকল আৰু তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্রেছ কমিটি সদায় এই কৰ্মচাৰী সকলৰ লগত থাকিব।

২. ১৫ দিনৰ ভিতৰত কৰ্মচাৰী সকলক তেওঁলোকৰ আবাস গৃহ খালী কৰিবলৈ  দিয়া বিষয়া  কুলদ্বীপ বাৰ্মাৰ নিৰ্দেশক অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে এক হঠকাৰী, অহংকাৰী সিদ্ধান্ত আৰু ইয়াৰ কোনো যুক্তিসংগত কাৰণ নাই বুলি অভিহিত কৰিছে।

৩. চৰকাৰখনে কৰ্মচাৰী সকলৰ ওচৰত সহায়ৰ হাত আগবঢ়াব লাগে আৰু তেওঁলোকে কৰা প্ৰতিশ্ৰুতি অনুসৰি কৰ্মচাৰী সকলক সাহায্য (বন্ধ হৈ পৰা কাগজ ক’ল পুনৰোজ্জীৱিত কৰা আৰু কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহা আদায় দিয়া) প্ৰদান কৰিব লাগে।

৪. আৰম্ভণিৰ পৰা এইচ পি চিয়ে অসম আৰু মিজোৰামৰ কিছু অংশৰ পৰা বাঁহ সংগ্ৰহ কৰি কাগজ তৈয়াৰ কৰাৰ বাবে ১০০ বছৰ লিজ লাভ কৰিছিল ।

চৰকাৰে এই কোম্পানীটো তলাবন্ধ কৰি ৰাখিছে আৰু কাৰোবাৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত এই বাঁহ বিলাক ব্যক্তিবিশেষৰ হাতত গটোৱাৰ ষড়যন্ত্ৰ কৰিছে । অভিযোগ উত্থাপন হোৱা মতে, কোম্পানী খালি কৰাৰ আঁৰৰ কাহিনী হৈছে বাঁহ আৰু অসম চৰকাৰে এই বাঁহ ইথানল জাতীয় উচ্চ চাহিদা যুক্ত আৰু উচ্চ মূল্যৰ সামগ্ৰী তৈয়াৰ কৰাৰ বাবে পঠিওৱাৰ এক অভিসন্ধি ৰচিছে।

৫. ঠিক তেনেদৰে পাঁচগ্ৰামৰ তৈল খাদ কি চুক্তিত ব্যক্তিগত খণ্ডৰ হাতত গতাব বিচাৰিছে, সেই ক্ষেত্ৰত অসম চৰকাৰে চৰকাৰখনৰ স্থিতি স্পষ্ট কৰিব লাগে। যিকোনো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গটোৱা বন্ধ কৰিবলৈ আৰু এনে ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ লগত কৰা চুক্তি স্পষ্ট কৰাৰ বাবে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd