• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাঘজানৰ অগ্নিকাণ্ডৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া : ৰিপুন বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 10, 2020 9:04 pm
RipunBora-1140x570

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

বাঘজানৰ তেল খাদত যি জুই লাগিল তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক, বিশেষকৈ পেট্ৰলিয়াম মন্ত্ৰ্যালয়, অইল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰক সম্পূৰ্ন জগৰীয়া কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

আজি কৌৰ কমিটীৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰিপুন বৰাই বাঘজানৰ ঘটনাকলৈ অসম প্ৰদেশ কংগ্ৰেছে প্ৰধান মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

অইল ইণ্ডিয়া আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ে বাঘজানৰ ঘটনাটো গুৰুত্বসহকাৰে লোৱা নাই বুলি উল্লেখ কৰি বৰাই কয়, ’১৪ দিন আগৰ পৰা গেছ নিৰ্গত হৈ আছে। তেওঁলোকৰ অভিযন্তাসকলে এনেদৰে গেছ নিৰ্গত হৈ থকাটো কিমান ভয়াবহ সেই কথা জানে। আমি বাৰম্বাৰ দাবী কৰিছো তাত গেছ নিৰ্গত হৈ নদীৰ পানী বিসাক্ত হৈছে, মাছ মৰিছে, জীৱজন্তু মৰিছে এই ঘটনা বিলাক হৈ আছে’।

‘এতিয়া তেওঁলোক ডিজিটেল কেম্পেইনত ব্যস্ত হৈছে। মানুহ মৰি শেষ হৈ গৈছে। অসম শেষ হৈ গৈছে। নিৰ্বাচনৰ নামত, কোভিডৰ নামত ৰাজনীতি কৰি থাকিব। ৰাজ্য চৰকাৰ নিৰ্বাচনৰ চিন্তাত আছে বাবে বাঘজানৰ ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই৷‘ তেওঁ কয়।

অসম প্ৰদেশ কংগ্ৰেছৰ দাবী প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপত শীঘ্ৰে পেট্ৰলিয়াম মন্ত্ৰী ইয়াত আহিব লাগে।

আনহাতে এই ঘটনাত ক্ষয় ক্ষতি হোৱা লোক সকলক উচিত ক্ষতিপূৰন দিয়াৰ লগতে  পৰিয়ালৰ লোকক সংস্থাপন কৰি ক্ষতিপূৰন দিৱ লাগিব বুলি দাবী কৰে ।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd