• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰৱৰ্তী চৰকাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ; কৃষ্ণাইত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত ৰিপুণ বৰা

নীলমনি শর্মা by নীলমনি শর্মা
April 3, 2021 7:34 am
IMG-20210402-WA0051

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘খেলা হবে না, খেলা হয়ে গেল! অসম থেকে বিজেপি উৎখাত হয়ে গেল ৷’ অৰ্থাৎ খেল আৰু নহয়, খেল হৈ গ’ল। শুকুৰবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এক নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই৷

সভাখনত বাংলা ভাষাত ভাষণ আৰম্ভ কৰি অতি উংসাহেৰে ৰিপুণ বৰাই কয়, ‘কালকেও খেলা হয়ে গেল ৩৯ সমষ্টিতে ৷’ মানে কালিও খেল হৈ গ’ল ৩৯টা সমষ্টিত।

Apply Now

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪৭ টা সমষ্টি আৰু বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৩৯ সমষ্টিৰ আটাইকেইখনতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে জয় লাভৰ দাবী কৰি ৰিপুণ বৰাই ৬ এপ্ৰিলত ভোটগ্ৰহণ হ’বলগীয়া আটাই কেইখন আসনো কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে দখল কৰিব বুলি সগৌৰৱে ঘোষণা কৰে ৷

বৰাই কয় যে এতিয়া অপেক্ষা মাত্ৰ ২ মে’লৈ ৷ সিদিনা অসমত ভ্ৰষ্টাচাৰী বিজেপিৰ অপশাসনৰ চিৰদিনৰ বাবে অন্ত পৰি কংগ্ৰেছ মিত্ৰদলৰ চৰকাৰ গঠন হ’ব ৷

কৃষ্ণাইৰ কাষৰীয়া মায়াবজাৰৰ ঝড়াবৰীত নিৰ্দিষ্ট সময় পুৱা ১০ বজাৰ পৰিবৰ্তে দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাখনত চট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

বাঘেলে নিজৰ চমু ভাষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় অসম কা সৰ্বানন্দ, সব কা আনন্দ ঝুঠ হে ৷ অসম কা সৰ্বানন্দ, কয়লা চিণ্ডিকেট কা আনন্দ, ভ্ৰষ্টাচাৰী কা আনন্দ, বালু চিণ্ডিকেটকাৰীয়ো কা আনন্দ ৷

অসমৰ বানপানীৰ সময়ত এবাৰ ৰাজ্যবাসীলৈ মনত নপৰা মোদীয়ে এতিয়া নিৰ্বাচনৰ সময়ত বাৰে বাৰে অসমলৈ আহিবলৈ কেনেকৈ সময় পাইছে বুলি বিদ্ৰূপ কৰি বাঘেলে এইবাৰ অসমৰ পৰা বিজেপিক ৰাইজে আঁতৰাই পঠিয়াব বুলি নিজৰ ভাষণত ব্যক্ত কৰে ৷

সভাত বাঘেলৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰখ্যাত শায়েৰী গায়ক ইমৰান প্ৰতাপগড়ী, জিলাখনৰ দুধনৈ, গোৱালপাৰা পশ্চিম আৰু গোৱালপাৰা পূৱৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে যাদৱ স্বৰ্গীয়াৰী, আব্দুৰ ৰশিদ মণ্ডল আৰু এ কে ৰশিদ আলম, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° মুকুল চাংমা, এআইইউডিএফৰ সাধাৰণ সম্পাদক আব্দুল হাই আদিকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে ৷

Tags: Assam Election
নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd