• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও দুটা সন্তানৰ নীতি প্ৰয়োগ কৰিব নোৱাৰে: ৰিপুন বৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 28, 2019 9:08 am

1 min read

RipunBora-1140x570

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ফটো

3k
VIEWS
Share on FacebookShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইবাৰ ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

দেওবাৰে বৰাই সংবাদ প্ৰতিষ্ঠানৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও কাৰো ওপৰত দুটা সন্তানৰ নীতি প্ৰয়োগ কৰিব নোৱাৰে।

তেওঁ ২০২১চনৰ জানুৱাৰিৰ পৰা দুটাতকৈ অধিক সন্তান থকা কোনো লোকে চৰকাৰী চাকৰিৰ বাবে বিবেচিত নহ’ব বুলি লোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক সমালোচনা কৰে।

বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,’’আমি শিক্ষাৰ ব্যাপক প্ৰসাৰ তথা সজাগতা বৃদ্ধি কৰিব লাগিব যাতে সকলোৱে স্বত:স্ফুৰ্তভাৱে দুটা সন্তানৰ নীতি গ্ৰহণ কৰে।‘’

উল্লেখযোগ্য যে যোৱা ২১ অক্টোবৰত মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কেবিনেটে ক্ষুদ্ৰ পৰিয়ালৰ নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই অনুসৰি ১-১-২০২১চনৰ পৰা যিসকল ব্যক্তিৰ দুটাতকৈ বেছি সন্তান থাকিব তেওঁলোকক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব।

কেবিনেটৰ উক্ত সিদ্ধান্তৰ পাছতেই বিভিন্ন মহলত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd