• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট গণনাৰ সময়ত সকলো কামৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

নিৰ্বাচনী আয়োগলৈ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ বিভিন্ন দাবী

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
April 13, 2021 2:31 pm
index
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মংগলবাৰে বিভিন্ন দাবী লৈ কংগ্ৰেছ মহাজোঁটৰ এটা দল সচিবালয়ৰ নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত হয়।

অসম নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি প্ৰতিনিধিৰ দলটোৱে একাধিক দাবী জনোৱা কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

Apply Now

দলটোক নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই সংবাদিকৰ আগত কয় যে মহাজোঁটৰ প্ৰতিনিধি দলটোৱে প্ৰত্যেকখন ভোট গণনা টেবুলত থকা চৰকাৰী বিষয়াৰ নামৰ তালিকা তেওঁলোকক দিবলৈ দাবী জনাইছে।

ষ্ট্ৰংৰূমৰ পৰা পৰা ইভিএম উলিয়াই অনা সময়ৰ লগতে ভোট গণনাৰো সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিং লাগিব বুলি প্ৰতিনিধি দলটোৱে মুখ্য নিৰ্বাচনী বিষয়াক দাবী জনোৱা বুলি প্ৰকাশ কৰিছে।

ষ্ট্ৰংৰূমৰ খোলা সময়ত প্ৰত্যেকজন প্ৰাৰ্থীৰ এজেন্ট তাত থাকিব লাগিব আৰু গণনা শেষ নোহোৱা পৰ্যন্ত প্ৰাৰ্থীৰ এজেন্ট তাত থাকিবলৈ অনুমতি দিয়াৰো দাবী জনোৱা হৈছে।

ইফালে প’ষ্টেল বেলতৰ গণনা ইভিএম গণনাতকৈ আগতে কৰাৰ লগতে প’ষ্টেল বেলতৰ কোন দিনা প’ষ্টিং কৰি কোন দিনা ৰিচিভ কৰা হৈছে তাৰ সকলো তথ্য দিবলৈও দাবী জনাইছে  মহাজোঁটৰ প্ৰতিনিধি দলটোৱে।

দলটোৱে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সকলো ইভিএমৰ ভোট গণনা শেষ কৰাৰ পিছতহে পৰৱৰ্তী পৰ্যায়ৰ ভোটগ্ৰহণৰ ইভিএমসমূহৰ ভোটগণনাৰ বাবে খুলিবলৈ দাবী জনোৱা বুলিও সংবাদিকক জানিবলৈ দিয়ে ৰিপুণ বৰাই।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd