• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

নতুন উদ্যোগ আইন প্ৰত্যাহাৰ নকৰিলে গঢ়ি তোলা হ’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন : ৰিপুন বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 2, 2020 2:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‍‘২৯ জুনত কেবিনেট বৈঠকৰ পিছতে অধ্যাদেশযোগে ঘোষণা কৰা নতুন উদ্যোগ নীতিয়ে অসমত জাতি-মাটি-ভেটি সৰ্বকালৰ বাবে কবৰ দিয়া হ’ল’, গহপুৰৰ নিজ বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

তেওঁ লগতে কয়, ‍‘এই নতুন উদ্যোগ আইনখনৰ আমি কংগ্ৰেছ দলে বিৰোধিতা কৰিছো৷ চৰকাৰে যদি এই নীতি প্ৰত্যাহাৰ নকৰে তেনেহ’লে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব’।

Apply Now

এই নতুন উদ্যোগ নীতিৰ ফলত য’তে ত’তে জধে মধে উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ফলত সামাজিক সুৰক্ষাৰ লগতে পৰিবেশ, জৈৱ বৈচিত্ৰ বিঘ্নিত হ’ব বুলি উল্লেখ কৰি বৰাই কয়, ‍‘এই উদ্যোগ নীতিৰ বাবে ভয়ানক কথা আমাৰ কৃষি ভূমি সংকুচিত হৈ আহিব৷ বানপানী গৰাখহনীয়াৰ ফলত আমাৰ কৃষি ভূমি কমি আহিছে৷ কিন্তু নতুন উদ্যোগ নীতি কোনো নিৰ্দেশনা নাই যে কৃষি ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব৷’

আনহাতে অসমত ব্ৰটিছৰ দিনত দ্যা আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন এক্ট ১৮৮৬ সেই আইনৰ আধাৰত আমাৰ ভূমি নীতি পৰিচালিত হৈ আছে বুলি উল্লেখ কৰি কয়, “কংগ্ৰেছ চৰকাৰে ২০১৫ চনত এখন নতুন ভূমি নীতি তৈয়াৰ কৰিছিল৷ সেই ভূমি নীতিত কোৱা হৈছিল কৃষি ভূমি শ্ৰেনী বিভাজন কৰি অকৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰিব৷ এই নতুন আধ্যাদেশৰ ফলত গোটেই আইন নসাৎ হৈ গ’ল”৷

এনে ধৰণৰ গুৰুত্বপূৰ্ন এখন আইন বিধান সভাত বিধায়ক সকলৰ মতে আলোচনা কৰি গৃহিত কৰিব লগে৷ ইমান খৰখেদাকৈ এইখন গৃহিত কৰাৰ কি প্ৰয়োজন আছিল প্ৰশ্ন কৰে বৰাই আৰু কয়, ‍‘‍‘বিজেপি চৰকাৰৰ আচল স্বৰূপ এয়াই ৷ পূজিপতিক সুবিধা দিবৰ বাবে অসমৰ জাতি মাটি ভেটিক কবৰ দিব “৷

ইপিনে অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত দাখিল কৰা অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদনৰ মতে অসমৰ কৃষিভূমিত কোনো বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব। অথাৎ অসমৰ ভূমি অধিকাৰ স্থানীয় খিলঞ্জীয়াৰ হাতত ন্যস্ত থাকিব। কিন্তু সেই প্ৰতিবেদন যোৱা চাৰি মাহ উকলি যোৱা পিছতো কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা আঁৰত আছিল এই উদ্যোগ নীতি-সন্দেহ ব্যক্ত কৰে সভাপতি বৰাই ৷

ইফালে বিজেপিয়ে নিজেই কৰ’না সংক্ৰমনৰ ব্যৱস্থা কৰিছে  লকডাউন ভংগ কৰিছে বুলি উল্লেখ কৰাৰ লগতে  ৰনজিৎ দাসক কোৱাৰেন্টাইন কৰা সন্দৰ্ভত সমালোচনা কৰে বৰাই ৷

কৰ’না সংক্ৰমন কোনে কৰিছে বুলি প্ৰশ্ন কৰি বৰাই কয় ” নাৰায়ন ডেকা কৰ’না আক্ৰান্ত হ’ল কিন্তু সেই নাৰায়ন ডেকাই কৰ’না বিজানু লৈয়ে ২১ জুন,২৪ জুন আৰু ২৮ জুনত এই তিনিটা দিনত বৰক্ষেত্ৰীত ডাঙৰ ডাঙৰ সভা পাতিছে ৷ সাৱধানতা নলোৱাৰ ফলত ব্যপক সংক্ৰমন হৈছে’’।

সংবাদমেলত বৰাই বিজেপিৰ জনসম্পৰ্ক অভিযানকো কঠোৰ সমালোচনা কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd