• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“ভানু যদি ৬০ বছৰত বুঢ়া গৰু তেন্তে ৭৫ বছৰীয়া মোডী কি?” : পল্লৱ লোচনক প্ৰশ্ন ৰিপুন বৰাৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 8, 2019 8:06 am

2 min read

IMG_6952

বিশ্বনাথত দেওবাৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাৰ নিৰ্বাচনী সভা। ফটো : নৰ্থইষ্ট নাও

538
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যত চলিছে যেন অঘোষিত নৃত্য প্রতিযোগিতাৰ অনুষ্ঠান। কংগ্ৰেছ দলৰ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম জি কে ভানুৰ হৈ প্ৰচাৰ চলাবলৈ আহি  দেওবাৰে বিশ্বনাথৰ ধুলি চাহ বাগিচাত জনজাতীয় গাভৰুৰ সৈতে সংগীতৰ তালে তালে এপাক হাত ঘুৰাই নাচিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

দেওবাৰে আবেলি পৰত বিশ্বনাথ জিলা কংগ্ৰেছে অনুষ্ঠিত কৰা এম জি কে ভানুৰ এখন প্ৰচাৰ সভাত সভাপতি ৰিপুন বৰাই অংশ গ্ৰহণ কৰি বিজেপি দলৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে দুখীয়াৰ বাবে দিয়া ১৩৩ খন আঁচনি বন্ধ কৰি বিজেপিয়ে এতিয়া ধনীৰ বাবে আঁচনি বনালে।

তেওঁ কয় যে ৩৫১ টকা চাহ শ্ৰমিকৰ মজুৰী বিজেপি চৰকাৰ আৰু পল্লৱ লোচনে বন্ধ কৰি ৰাখিছে। মোডীয়ে চকীদাৰ হওঁ বুলি কৈ দেশক অপমান কৰিছে। কাৰণ দেশৰ মানুহৰ ওপৰত মোডীৰ বিশ্বাস নাই। ভাৰতত ইমানবোৰ সেনা থাকোতে কেনেকৈ পুলৱামা কাণ্ড হ’বলৈ পালে, কেনেকৈ ৪২ জন জোৱান শ্বহীদ হ’ল ।

ৰিপুন বৰাই লগতে কয় যে মোডীয়ে কি চকীদাৰী কৰিছে। মোডী যদি চকীদাৰ তেন্তে পুলিচৰ কি কাম। মোডীয়ে মাছৰ তেলৰে মাছ ভাজিছে। ৰাহুল গান্ধীয়ে দুখীয়াক বছৰি ৭২ হাজাৰ টকা দিম বুলি কোৱাৰ লগে লগে বিজেপিয়ে ভয় খাইছে।

আনহাতে, উক্ত সভাতে বৰাই পল্লৱ লোচনক প্ৰশ্ন কৰি কয় ‘ভানু যদি ৬০ বছৰত  বুঢ়া গৰু তেন্তে ৭৫ বছৰীয়া মোডী কি গৰু?’

এই সভাতে ৰিপুন বৰাই বিজেপি তথা প্ৰধান মন্ত্ৰীক তীব্ৰ সমালোচনা কৰাৰ অন্তত জনজাতীয় গাভৰুৰ সৈতে সংগীতৰ তালে তালে এপাক হাত ঘুৰাই নাচিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইপিনে, এইখন প্ৰচাৰ সভাতে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে বিজেপিক ৰোধ কৰাৰ বাবে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি  বিভিন্ন জাতীয় সংগঠনৰ একাংশ নেতাই বিশ্বনাথৰ কংগ্ৰেছ নেতা অঞ্জন বৰাৰ নেতৃত্বত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Tags: নিৰ্বাচন ২০১৯

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd