• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰৰ যোগে ৯ টাকৈ দিহা দিলে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 16, 2021 7:49 pm
index.jpga
835
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত সজাগ সচেনতাৰ পৰিচয় দাঙি ধৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৯ টাকৈ দিহাৰে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

পৰামৰ্শ কেইটা ক্ৰমে—

১. কন্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে বিনামূলীয়া খাদ্যৰ ব্যৱস্থাৰ বা ২,০০০ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ্বান।

২. অসংগঠিত আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান।

৩. ভিতৰুৱা গাঁও, চাহ বাগিচা অঞ্চলত বাস কৰা দুখীয়া লোকসকলক অনলাইন বুকিঙৰ পৰা ৰেহাই দি তেওঁলোকক বিকল্প ব্যৱস্থাৰে ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।

৪. চাহ বাগিচাকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানসমূহত সমূহীয়াভাৱে নিৰ্দিষ্ট উদ্যোগ প্ৰতিষ্ঠানত ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।

৫. সীমান্ত অঞ্চল, চৰ চাপৰি অঞ্চলকে ধৰি দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ বাবেও ভেকচিনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান।

৬. গুৱাহাটী মহানগৰীৰ লগতে জিলা সদৰ আৰু মহকুমা সদৰসমূহত থকা ব্যক্তিগত চিকিৎসালয় সমূহত বিনামূলীয়াভাৱে ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।

৭. কোভিড হাস্পতালত ৰোগীয়ে যাতে উপযুক্ত চিকিৎসা, প্ৰয়োজনীয় সেৱা-শুশ্ৰূষা, যতন আদি লাভ কৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে আহ্বান।

৮. সকলো চৰকাৰী লগতে ব্যক্তিগত চিকিৎসালয় সমূহত কোভিড ৰোগীৰ চিকিৎসা বিনামূলীয়া কৰিবলৈ আহ্বান।

৯. কোভিড মহামাৰীৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই বজাৰত সা সামগ্ৰীৰ কৃত্ৰিম নাটনি দেখুৱাই মূল্যবৃদ্ধি কৰা পৰিলক্ষিত দেখা পোৱা গৈছে। সেইহে চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান।

Tags: COVID-19

Recent News

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

শ্বিলঙৰ-ডাউকী পথত মৰ্মান্তিক দুৰ্ঘটনা! ঘাইপথত সুৰক্ষা চিহ্ন স্থাপনৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd