• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰৰ যোগে ৯ টাকৈ দিহা দিলে কংগ্ৰেছ সভাপতি ৰিপুন বৰাই

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 16, 2021 7:49 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত সজাগ সচেনতাৰ পৰিচয় দাঙি ধৰি দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৯ টাকৈ দিহাৰে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

পৰামৰ্শ কেইটা ক্ৰমে—

Apply Now

১. কন্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে বিনামূলীয়া খাদ্যৰ ব্যৱস্থাৰ বা ২,০০০ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ্বান।

২. অসংগঠিত আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান।

৩. ভিতৰুৱা গাঁও, চাহ বাগিচা অঞ্চলত বাস কৰা দুখীয়া লোকসকলক অনলাইন বুকিঙৰ পৰা ৰেহাই দি তেওঁলোকক বিকল্প ব্যৱস্থাৰে ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।

৪. চাহ বাগিচাকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানসমূহত সমূহীয়াভাৱে নিৰ্দিষ্ট উদ্যোগ প্ৰতিষ্ঠানত ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।

৫. সীমান্ত অঞ্চল, চৰ চাপৰি অঞ্চলকে ধৰি দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ বাবেও ভেকচিনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান।

৬. গুৱাহাটী মহানগৰীৰ লগতে জিলা সদৰ আৰু মহকুমা সদৰসমূহত থকা ব্যক্তিগত চিকিৎসালয় সমূহত বিনামূলীয়াভাৱে ভেকচিন প্ৰদান কৰিবলৈ আহ্বান।

৭. কোভিড হাস্পতালত ৰোগীয়ে যাতে উপযুক্ত চিকিৎসা, প্ৰয়োজনীয় সেৱা-শুশ্ৰূষা, যতন আদি লাভ কৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে আহ্বান।

৮. সকলো চৰকাৰী লগতে ব্যক্তিগত চিকিৎসালয় সমূহত কোভিড ৰোগীৰ চিকিৎসা বিনামূলীয়া কৰিবলৈ আহ্বান।

৯. কোভিড মহামাৰীৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই বজাৰত সা সামগ্ৰীৰ কৃত্ৰিম নাটনি দেখুৱাই মূল্যবৃদ্ধি কৰা পৰিলক্ষিত দেখা পোৱা গৈছে। সেইহে চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান।

Tags: COVID-19
জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd