• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা কৃষকৰ নামত অসমত সংঘটিত ব্যাপক দুৰ্নীতি প্ৰসংগত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰিপুন বৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 9:02 pm
WhatsApp-Image-2020-08-04-at-7.06.44-PM-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ ধন বিতৰণৰ ক্ষেত্ৰত অসমত সংঘটিত হোৱা চৰম দুৰ্নীতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি আজি নতুন দিল্লীত প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই এক সংবাদমেল যোগে দাবী উত্থাপন কৰে।

তেওঁ কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি  আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন কৃষকৰ নামত ৬০০০ টকাকৈ আবন্টন হৈছিল।

Apply Now

২০২১ চনৰ ৫ জুলাইত গুৱাহাটীত অনুষ্ঠিত পুনৰীক্ষণ বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী  পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত অসমৰ  কৃষি মন্ত্ৰী ডাঙৰীয়াই দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৬০ লাখ কৃষকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হৈছিল। সেইমতে হিতাধিকাৰী কৃষকৰ নামত ধন বিতৰণ হৈছিল।

তাৰ পিছতে ২০২০ত সকলো তথ্য ফাদিল হৈছিল য’ত বেছিভাগ হিতাধিকাৰীয়েই ভুৱা তথ্য দাখিল কৰি সেই তালিকাত অন্তৰ্ভুক্ত হৈছিল আৰু লগে লগেই অসমৰ চাৰিওফালে হুৱা-দুৱা লাগিছিল।

বৈঠকত কৃষি মন্ত্ৰী গৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি ৩৬ লাখ কৃষক হিতাধিকাৰীৰ ভিতৰত ১৯.৪৭ লাখ হিতাধিকাৰী সঁচা অৰ্থত কৃষক আছিল আৰু ১৭.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আছিল।

ইয়াৰে ভিতৰত ৫ লাখ হিতাধিকাৰীক চৰকাৰে চিনাক্ত কৰিব পৰা নাই অৰ্থাৎ এই ৫ লাখ হিতাধিকাৰীৰ কোনো তথ্য নাই চৰকাৰৰ হাতত।

এয়া এক বৃহৎ কেলেংকাৰী বুলি উল্লেখ কৰি বৰাই কয় যে দুখীয়া কৃষকৰ নামত আবন্টন হোৱা ধন কেনেকৈ আযোগ্য ব্যক্তি সকলৰ মাজত বিতৰণ কৰা হৈছে? অসম চৰকাৰে কাৰ স্বাৰ্থত ৩৬ লাখ হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰিছিল, য’ত ১১.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আৰু ৫ লাখ হিতাধিকাৰীৰ কোনো তথ্য নাই।

তেওঁ উল্লেখ কৰে যে যেতিয়া ইয়াৰ সত্যতা ৰাইজৰ মাজলৈ আহিছিল চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে ১১.৭২ লাখ ভুৱা হিতাধিকাৰীৰ পৰা ধন ঘূৰাই আনিব।

উল্লেখযোগ্য যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সদনত জনোৱা মতে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিৰ অধীনত কৃষকৰ নামত ধন লাভ কৰা অসমৰ ৮.৩৫ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪.০১ কোটি টকা ঘূৰাই আনিব লাগে।

প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী কিষান সম্মান নিধি আঁচনিৰ তালিকাত ১১.৭২ লাখ ভুৱা কৃষকৰ নাম আৰু ৫ লাখ তথ্যবিহীন ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা ঘটনাৰ ওপৰত চিবিআই তদন্ত বিচৰাৰ লগতে এই দুৰ্নীতিত জড়িত ব্যক্তি সকলক উচিত শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

লগতে ভুৱা কৃষকৰ নামত বিতৰণ হোৱা উক্ত আঁচনিৰ ধন ঘূৰাই আনি প্ৰকৃত কৃষকৰ মাজত বিতৰণ কৰিব লাগে বুলিও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd