• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 7, 2022 9:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিত্য ব্যবহার্য খাদ্য সামগ্রী, বিভিন্ন সেৱা আদিত জি এছ টি আৰোপ কৰি সৰ্বসাধাৰণ ৰাইজক অর্থনৈতিকভাৱে শোষণ কৰা আৰু ৰন্ধন গেছৰ মূল্য পুনৰ ৫০ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসম প্রদেশ মহিলা কংগ্ৰেছৰ আহ্বানক্রমে গুৱাহাটীত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সন্মুখত মিঠাতেলৰ বটল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ ৰাজীৱ ভৱন চৌহদত শতাধিক মহিলা আৰু অসম প্রদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে উদাত্ত শ্ল’গান দি চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ লগতে মহিলা কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ উপৰি প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী পদ্মাৱতী দাস, বজালী জিলা মহিলা কংগ্ৰেছ সভানেত্রী মৰমী দত্ত, কামৰূপ (গ্ৰাম্য)ৰ সভানেত্রী দীপালি তালুকদাৰ, গুৱাহাটী মহানগৰ সমিতিৰ সভানেত্রী গীতালি দাস, নলবাৰী জিলাৰ সভানেত্রী বিজুলী তালুকদাৰ, মৰিগাঁৱৰ সভানেত্রী শাহনাজ খানম প্রমুখ্যে বিভিন্ন জিলাৰ মহিলা নেত্ৰীসকলৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধর্ণা দি তাৎক্ষণিকভাৱে চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

উপস্থিত প্রতিবাদী মহিলা সকলক উদ্দেশ্যি সভানেত্রী মীৰা বৰঠাকুৰে কয়, “সমগ্ৰ ৰাজ্যখনৰ মানুহক প্ৰলয়ংকাৰী বানে জুৰুলা কৰি অৰ্থনৈতিকভাৱে কোঙা কৰি দিয়াৰ সময়তে জি এছ টি আৰোপ আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰে বিজেপি চৰকাৰে সৰ্বসাধাৰণ মানুহৰ জীৱন প্ৰণালী শেষ কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ বিৰুদ্ধে মহিলা সকলে তীব্র প্রতিবাদ গঢ়ি তোলা উচিত।”

ইফালে প্ৰাক্তন মন্ত্রী প্রণতি ফুকনেও সমবেত প্ৰতিবাদী কৰ্মকৰ্তাসকলক উদ্দেশ্যি বক্তব্য দাঙি ধৰি এই অভূতপূর্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ জিলাই জিলাই মহিলা কংগ্ৰেছৰ নেতৃত্বত জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd