• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙালী জাতিৰ বিষয়ে দিয়া মন্তব্যৰ বাবে নীলমণি সেন ডেকালৈ প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী

ডেকাই স্থিতি স্পষ্ট নকৰিলে দলে বিহীত ব্যৱস্থা ল'ব বুলি উল্লেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2019 8:30 pm
Nilamani Sen Deka APCC

নীলমণি সেন ডেকা

3.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই বিগত ১৭ নৱেম্বৰত বঙালী জাতিৰ ওপৰত দিয়া বিতৰ্কিত মন্তব্যৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ডেকালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

১৭ নৱেম্বৰত অসম সচিৱালয়ৰ সন্মুখত ডেকাই বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত বঙালী জাতিক আশালীন শব্দৰে অভিযুক্ত কৰিছিল বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পত্ৰত উল্লেখ কৰা হয়।

‘‘আপুনি বিগত ১৭ নৱেম্বৰত অসম সচিবালয়ৰ সন্মুখত বেদ্যুতিন সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দৃষ্টিগোচৰ হৈছে। উক্ত সাক্ষাৎকাৰত আপুনি একপক্ষীয়ভাৱে সমগ্ৰ ‘বঙালী’ জাতিটোক আশালীন শব্দৰে অভিযুক্ত কৰিছে। দেশৰ আটাইতকৈ পুৰণি ধৰ্মনিৰপেক্ষ দল হিচাপে আপোনাৰ মন্তব্য কংগ্ৰেছ দলৰ নীতি আদৰ্শ বিৰোধী। যাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দলীয় সতীৰ্থৰ লগতে সমগ্ৰ বঙালীভাষী ৰাইজৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে,’’ প্ৰদেশ কংগ্ৰেছৰ পত্ৰত উল্লেখ কৰে।

আনহাতে, প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নীলমণি সেন ডেকাক পত্ৰ প্ৰাপ্তিৰ ৩ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও নিৰ্দেশ দিয়ে অন্যথা দলীয় সংবিধান অনুসৰি দলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd