• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিণ্ডিকেইটক এটা “উদ্যোগ” আখ্যা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ

বাছ, ট্ৰাক বা কান্ধত ১ বস্তাও কয়লা কঢ়িয়াব নোৱাৰে বুলি ক’ল ইণ্ডিয়াৰ নিৰ্দেশ সত্ত্বেও শ শ ট্ৰাকেৰে কেনেকৈ সৰবৰাহ হৈ আছে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 1, 2019 6:36 pm
Coal Scam

ৰাজীৱ ভৱনত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়ো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা ছিণ্ডিকেইটক এটা “উদ্যোগ” আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে।

কয়লা ছিণ্ডিকেইট ৰোধত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ব্যৰ্থ হোৱা আৰু মাৰ্ঘেৰিটাকে ধৰি ৰাজ্যত এতিয়াও কয়লা ছিণ্ডিকেইট চলি আছে বুলি কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে দাবী কৰাৰ পিছত শাসক দলটোৱে সাংসদজনহে ছিণ্ডিকেইটত জড়িত বুলি প্ৰতি অভিযোগ আনিছিল। ৩০ ছেপ্টেম্বরত বিজেপিৰ তিনিজন মুখপাত্রই সংবাদমেল দি এই অভিযোগ আনিছিল বিৰোধী দলটোৰ সাংসদজনৰ বিৰুদ্ধে।

Apply Now

তাৰ পিছতে আজি দলটোৰ এই ভাষ্যক প্ৰত্যাহ্বান জনাই ৰাজীৱ ভৱনত এখন সংবাদমেল দিয়ে দুৰ্গা দাস বড়োৱে।

বিজেপিৰ দিনত অবৈধ উদ্যোগ ছিণ্ডিকেইটৰ শ্ৰীবৃদ্ধি হৈছে। ছিণ্ডিকেট উদ্যোগৰ সমগ্ৰ ভাৰততে জয় জয় ময় ময় হৈছে বুলি তীব্ৰ কটাক্ষ কৰি বড়োৱে কয়, “চাপৰিলে মেঘ নাতৰে। ভিত্তিহীন অভিযোগেৰে সোণোৱাল চৰকাৰৰ ছিণ্ডিকেইটময় চিম্ফনি অৰ্কেষ্ট্ৰাৰ কৰ্কশতা ঢাক নাখায়। কয়লা ছিণ্ডিকেইটৰ প্ৰমাণ দিয়াৰ বাবে বিজেপিয়ে দিয়া প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছো। যদি পাৰে বিজেপিয়ে আমাৰ অভিযোগ নস্যাৎ কৰক”।

বড়োৰ প্ৰশ্ন, ১ আগষ্টত ক’ল ইণ্ডিয়া লিমিটেডে বাছ, ট্ৰাক বা কান্ধত ১ বস্তাও কয়লা কঢ়িয়াব নোৱাৰে বুলি নিৰ্দেশনা দিছিল। কিন্তু তাৰ পাছতো শ শ ট্ৰাকেৰে কেনেকৈ কয়লা অবৈধ্যভাৱে সৰবৰাহ হৈ আছে?

Coal India notice
ক’ল ইণ্ডিয়াই তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকলৈ লিখা পত্ৰখনৰ প্ৰতিলিপি।

উচ্চ ন্যায়ালয়ে কিয় কয়লা ছিণ্ডিকেইটৰ বিৰুদ্ধে নিজা ববীয়াকৈ গোচৰ ল’বলৈ ক’ব লগীয়া হ’ল?

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, COAL INDIA LIMITED, DIRECTORATE OF GEOLOGY & MINNING-কে ধৰি বিভিন্ন বিভাগে মাৰ্ঘেৰিটা থানাত এজাহাৰ দিয়াৰ পাছতো কিয় আৰক্ষীয়ে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই?

তেওঁ ৰাজ্য চৰকাৰখনক ২০০১ চনৰ পৰা এতিয়ালৈকে তিনিচুকীয়াৰ বৰ্ষাৰণ্য অঞ্চলৰ ছেটেলাইট ফটো প্ৰকাশ কৰিবলৈও দাবী জনায়।

তেওঁ প্ৰতিষ্ঠিত পৰিৱেশবিদ, অৰাজনৈতিক দলৰ মানুহ লগত লৈ  গুৱাহাটীৰ সাংবাদিক, বন বিভাগৰ CCF পৰ্যায়ৰ বিশেষজ্ঞ লগত লৈ মাৰ্ঘেৰিটাৰ টিনকুপানী, ব’মগাৰা, চালেকি, তিৰাপ, বৰগোলাই, মাকোমপানীত চৰজমিন তদন্ত কৰিব পাৰিবনে বুলি প্ৰত্যাহ্বান আগ বঢ়ায় বিজেপি চৰকাৰখনক।

“বিজেপি দল আৰু চৰকাৰখনক আমাক আৰু সাংসদ প্ৰদ্যুত বৰদলৈক গালি পৰাতকৈ আমি কৰা প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিবলৈ আহ্বান জনাইছো”, বড়োৰ মন্তব্য।

গৰুৰ চোৰাং সৰবৰাহ অব্যাহত থকা প্ৰসংগত কংগ্ৰেছৰ মুখপাত্ৰজনে কয়, গৰু ছিণ্ডিকেইট গৰুৱে চলোৱা নাই, মানুহে চলাইছে। চাৰে তিনিবছৰ শূন্য সহনশীলতাই একো কাম দিয়া নাই। দুৰ্নীতি বন্ধ কৰাৰ বাবে আমি বিজেপিক সুবিধা দিছো। চোৰৰ তালিকা দিয়া হৈছে। ১৯গৰাকীৰ তালিকা দিয়া হৈছে। মাৰ্ঘেৰিটাৰ বিজেপি বিধায়কৰ সোঁৱে-বাৱেঁ থকা বহু লোকৰ নাম মাইনিং বিভাগে চৰকাৰক দিছে। তাৰ পাছতো চৰকাৰে কিয় ব্যৱস্থা লোৱা নাই? কংগ্ৰেছ নেতাজনৰ প্ৰশ্ন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd