DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম প্ৰদেশ কংগ্ৰেছ মহিলা মৰ্চাৰ জিলা সাধাৰণ সম্পাদিকা আৰু ওদালগুৰি জিলা কংগ্ৰেছৰ মুখপাত্ৰৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 8:29 am
kurmi resign fron party

পাৰ্বতী কুৰ্মী। উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

অসম প্রদেশ কংগ্রেছত অব্যাহত আছে পদত্যাগৰ ঢৌ। জেষ্ঠ কংগ্ৰেছী নেতা, সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতা, সাংসদ শান্তিয়াছ কুজুৰ আদিয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত সোমবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাৰ জিলা সাধাৰণ সম্পাদিকা পাৰ্বতী কুৰ্মীয়ে।

উল্লেখযোগ্য যে, পাৰ্বতী কুৰ্মী ওদালগুৰি জিলা মজদুৰ কংগ্ৰেছৰ উপসভানেত্ৰী আৰু ভেৰগাঁও ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছিল।

চাহ জনগোষ্ঠীৰ প্ৰতিনিধি পাৰ্বতী কুৰ্মীয়ে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিশৃংখলতাৰ বাবেই দলৰ পৰা পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে, কুৰ্মীৰ লগতে ওদালগুৰি জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰবিৰাম বড়োয়ো দলৰ পৰা পদত্যাগ কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুত বৰদলৈ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দলৰ পৰা পদত্যাগ কৰা সকলৰ বাবে কংগ্ৰেছৰ কোনো ক্ষতি হোৱা নাই বুলি উল্লেখ কৰিলেও স্বাভাৱিকতে কংগ্ৰেছত অব্যাহত থকা খহনীয়াই দলটোক ক্ষতিগ্ৰস্ত কৰিব।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd