• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না আতংক : অসম চৰকাৰৰ পদক্ষেপক সম্পূৰ্ণ সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 24, 2020 2:29 pm
d769d7bc-ab6e-4282-8365-025264818fcb

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা প্ৰসংগত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নিজৰ ফেইচবুক পেজৰ জৰিয়তে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

Apply Now

তেওঁ দেশৰ এই সংকটৰ সময়ত দল-মত, বৰ্ণ-ধৰ্ম, নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধভাৱে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিব লাগিব বুলি কয়।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি লকডাউনলৈকে লোৱা পদক্ষেপক সকলোৱে স্বতস্ফূৰ্ত ভাৱে সমৰ্থন জনাইছে। কিন্তু এই সিদ্ধান্ত লোৱাত পলম হৈছে’, বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছ সভাপতি বৰাই।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা ১২ ফেব্ৰুৱাৰিতে কথাখিনি সতৰ্ক কৰিছিল বুলি উল্লেখ কৰাৰ লগতে  বৰাই আৰু কয়, ‘প্ৰধান মন্ত্ৰীৰ আবেদন কোনোৱে গ্ৰহণ নকৰাত পুনৰ ১২ মাৰ্চত সোঁৱৰাই দিছিল সজাগতাৰ সন্দৰ্ভত’।

দেশৰ সংকটৰ সময়ত আমি একো ইচ্ছু কৰিব বিচৰা নাই বুলি উল্লেখ কৰি বৰাই লকডাউনৰ সময়ত দিন হাজিৰা কৰা ব্যক্তিসকলক চৰকাৰে বিনামূলীয়াকৈ ৰেচনৰ যোগান ধৰিব লাগে বুলি দাবী কৰে।

ব্যক্তিগত বিভিন্ন কোম্পানিত কৰ্মৰত শ্ৰমিকসকলৰ দা-দৰমহাৰ যাতে কৰ্তন কৰিব নোৱাৰে তাৰ প্ৰতিও বিশেষ ব্যৱস্থা কৰিব লাগে বুলি বৰাই দাবী জনায়।

‘মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক সকল যদি ক’ৰ’নাৰ বাবে কামত উপস্থিত থাকিব নোৱাৰে তেতিয়া তেওঁলোকক শাস্তি আৰু দৰমহা কৰ্তন কৰিব নালাগে বুলি আহ্বান জনাইছে। আহ্বানক আমি সমৰ্থন কৰিছোঁ। কিন্তু আহ্বান সকলোৱে নুশুনিব পাৰে গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এখন কঠোৰ আইন প্ৰণয়ন কৰিব বাধ্য কৰাব লাগে’। এইদৰে কয় বৰাই।

বেংকৰ পৰা লোন লৈ গাঁৱত ক্ষুদ্ৰ-ক্ষুদ্ৰ ব্যৱসায় কৰা ব্যক্তিসকলে যদি লকডাউনৰ সময়ত বেংকত লোনৰ কিষ্টি যদি পৰিশোধ কৰিব নোৱাৰে তেন্তে তেনে ব্যক্তি সকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও বৰাই লগতে কয়।

চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলক দা-দৰমহা দিয়াৰ বাবে সকলো কোম্পানিক চৰকাৰে কঠোৰ ভাৱে নির্দেশ প্ৰদান কৰিব লাগে। বহু সময়ত চৰকাৰে বান্ধি দিয়া নিয়ম কোম্পানিসমূহে গ্ৰহণ নকৰা অভিযোগ উথাপন কৰে বৰাই।

লগতে চাহ শ্ৰমিক ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি বিনামূলীয়াকৈ মাস্ক, চেনিটাইজাৰ যোগান ধৰিব লাগে বুলিও তেওঁ কয়।

অনাগত দিনত আহি থকা অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ  অসম চৰকাৰক সাজু হবলৈ আহ্বান জনাই বৰাই।

চিকিৎসাকর্মী সকলে আমাৰ সুৰক্ষাৰ বাবে যিদৰে কাম কৰিছে তাক সমৰ্থন কৰাৰ লগতে সাংবাদিক সকলকো বৰাই কৃতজ্ঞতা জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd