• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী মূল্য দিব নোৱাৰি মাটিৰ ম্যাদীকৰণৰ পৰা বঞ্চিত হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ : আপ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 27, 2024 5:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘বসুন্ধৰা-২’ আঁচনিৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমি পাৰ্টি। মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ উপ-সভাপতি জিতুল ডেকাই এই আঁচনি ৰূপায়ণৰ সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি অভিযোগ কৰে যে- ৰাজ্য চৰকাৰে এই আঁচনি ঘোষণা কৰি কৈছিল ভূমি আইনৰ সুৰুঙাৰে একাংশ সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই ৰাজ্যখনত বছৰ বছৰ ধৰি মাটিৰ পট্টা লাভ নকৰাকৈয়ে আছে। 

একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলতো বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেয়ে বসুন্ধৰাৰ ফলত এইসকল লোকে ম্যাদী পট্টা লাভ কৰিব। লগতে চৰকাৰী মাটি, ভি. জি. আৰ, পি. জি. আৰ মাটিত বাস কৰা থলুৱা লোকসকলেও ভূমিৰ অধিকাৰ লাভ কৰিব। কিন্তু সংবাদমেলত উপ-সভাপতি জিতুল ডেকাই কয় যে- বাস্তৱিকতে চৰকাৰৰ এই ঘোষণাৰ ওলোটা ছবিখনহে দেখিব পোৱা গৈছে। 

Apply Now

খিলঞ্জীয়া ভূমিপুত্ৰহই বছৰ-বছৰ ধৰি বাস কৰা মাটি ম্যাদী কৰিবলৈ গৈ এতিয়া পদে-পদে উজুটি খাবলগীয়া হৈছে। কিয়নো গুৱাহাটীত মাটিৰ উচ্চ দৰত নতুনকৈ চৰকাৰী মূল্য নিৰ্ধাৰণ কৰাৰ বাবে প্ৰিমিয়াম দি ম্যাদী কৰিবলৈ গৈ শলঠেকত পৰিছে মহানগৰবাসী। চৰকাৰে নিধৰিণ কৰা নতুন চৰকাৰী মূল্য অনুসৰি মহানগৰীৰ উদ্যোগিক অঞ্চলত বিঘাই প্রতি ১.৫ কোটি টকা, ঘাইপথৰ কাষৰ মাটিৰ দাম বিঘাই প্রতি ৪.৮ কোটি টকা, গড়কাপণ্ডানি পথৰ দাঁতিত বিঘাই প্রতি ৫ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ ভিতৰত ৭.৮ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ বাহিৰত ৭.৭ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰ ভিতৰত ৭.৬ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰৰ বাহিৰত ৭.৫ কোটি টকাকৈ মাটিৰ চৰকাৰী মূল্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে মহানগৰীৰ বশিষ্ঠত প্রতি বিঘাই ৪.২ কোটি, মঠঘৰীয়াত ৬.৩ কোটি, নুনমাটিত ২.৭৭ কোটি, হেঙেৰাবাৰীত ৫.৭ কোটি, গীতানগৰত ৪.৩৫ কোটি, হাতীগাঁৱত ২.৮ কৌটি, জ্যোতিকুচিত ৩.৩ কোটি, খাৰঘূলিত ২.৭ কোটি, ফটাশিলত ৪.৮ কৌটি, বোন্দাত ২.৭ কোটি, দ্বাৰকা নগৰত ৬.৩ কোটি আৰু বাঘৰবৰীত ৩.৩ কোটি টকাকৈ প্ৰতি বিঘা মাটিৰ চৰকাৰী মূল্য নিধৰিণ কৰা হৈছে। 

ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ এই মূল্য অনুসৰি ম্যাদী কৰিবলৈ প্রয়োজন হোৱা প্রিমিয়ামৰ ধন জমা দিব নোৱাৰি বিপদত পৰিছে মহানগৰবাসী। ফলত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িও ম্যাদী পট্টা লাভৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে মহানগৰবাসী। 

গুৱাহাটীৰ পাটৰকুচি, লালমাটি, বেলতলা, লখৰা,গড়চুক, কাহিলীপাৰা, জটিয়া আদি অঞ্চলৰ জনজাতীয় বা ভূমিপুত্ৰ লোকসকল বছৰ-বছৰ ধৰি পট্টাহীন বা ম্যাদী নোহোৱা মাটিত বসবাস কৰি আছে। তেওঁলোকে ম্যাদীকৰণৰ ক্ষেত্ৰত নিধাৰিত প্ৰিমিয়াম আদায় দিব নোৱাৰাত নিজৰ ভূমিৰ আধা অংশ কোনো ব্যৱসায়ীক বিক্ৰী কৰিবলৈও বাধ্য হোৱা

বুলি জানিব পৰা গৈছে। 

সংবাদমেলৰ জৰিয়তে গুৱাহাটীত বসবাস কৰা খিলঞ্জীয়া অসমীয়া, ভূমিপুত্ৰ লোকসকলক বিনামূলীয়াকৈ অথবা কম মূল্য নিধৰিণ কৰি মাটিৰ ম্যাদীকৰণ বা পট্টা দিবলৈ ‘আপ, অসম’ৰ তৰফৰপৰা উপ-সভাপতি জিতুল ডেকাই সংবাদমেলযোগে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd