DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাষ্ট্ৰীয় উদ্যমিতাৰ বঁটা ২০১৯ৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2019 6:27 pm
ৰাষ্ট্ৰীয় উদ্যমিতাৰ বঁটা ২০১৯ৰ বাবে আবেদন আহ্বান

প্ৰতিনিধিত্বমূলক ছবি

681
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে উদ্যমিতাৰ ক্ষেত্ৰখনত ভাৰতৰ আটাইতকৈ বৃহৎ সন্মান ‘ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা (NEA)’ ২০১৯ আগবঢ়াব।

০১.০৮.২০১৯ৰ পৰা ১০.০৯.২০১৯লৈকে উক্ত বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া খোলা থাকিব।

ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা ২০১৯-এ Young Entrepreneurs and Entrepreneurial Ecosystem Buildersৰ মনোনয়ন/আবেদনৰ বাবে সমগ্ৰ ভাৰতৰ পৰা ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে। উক্ত বঁটাৰ উদ্দেশ্য হৈছে উদ্যমিতাৰ প্ৰতি যুৱ প্ৰজন্মক আগ্ৰহী কৰি তোলা।

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ পৰা যোগ্য উদ্যোগীক বাচি উলিয়াবৰ আই আই টি গুৱাহাটী-টেক্ন’লজি ইন্কুবেশ্যন চেণ্টাৰক উত্তৰ-পূবৰ আঞ্চলিক অংশীদাৰ হিচাপে নিযুক্ত কৰা হৈছে।

সেই উদ্দেশ্যে যোৱা ৮ আগষ্টত গুৱাহাটীৰ আমবাৰীস্থিত ‘দ্যা নেষ্ট’ত আই আই টি গুৱাহাটীয়ে এটি দিকদৰ্শন অনুষ্ঠান (অ’ৰিয়ণ্টেশ্যন প্ৰ’গ্ৰেম)ৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা ২০১৯ৰ প্ৰচাৰ আৰম্ভ কৰে। উক্ত অনুষ্ঠানত যোৱাবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা উক্ত বঁটা লাভ কৰা ব্যক্তিসকল উপস্থিত থাকি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।

উল্লেখযো্গ্য যে আমবাৰীৰ উপৰি একেটা দিনতে কোকৰাঝাৰ আৰু তেজপুৰতো একেধৰনৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

ইচ্ছুক প্ৰাৰ্থীসকলে ১০.০৯.২০১৯ৰ ভিতৰত www.neas.gov.in ত অনলাইন এপ্লাই কৰিব পাৰে। অধিক তথ্যৰ বাবে NEAS-2019ৰ আই আই টি গুৱাহাটীৰ কাৰ্যক্ৰম সমন্বয়কক ৯৯৫৪৯২৯২২২ত ফোন কৰিব পাৰে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd