• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইন্টেলিজেন্স ব্যুৰোত ২০০০ এছিষ্টেন্ট পদত নিযুক্তিৰ বাবে বিচৰা হৈছে আবেদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 2:34 pm

1 min read

job-mscwb_1521182393

প্ৰতিনিধিত্বমূলক ফটো।

249
VIEWS
Share on FacebookShare on Twitter

এছিষ্টেন্ট চেন্ট্ৰেল ইন্টেলিজিন্স অফিচাৰ গ্ৰেড-২/এক্সিকিউটিভ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ইন্টেলিজিন্স ব্যুৰো ৰিক্ৰুইটমেন্ট বোৰ্ডে প্ৰকাশ কৰিছে এই বিজ্ঞাপন।

অহা ৯ জানুৱাৰি অন্তিম দিন ধাৰ্য কৰা ইয়াৰ বাবে প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব লাগিব।

উক্ত দিনৰ ভিতৰতেই আবেদনকাৰী প্ৰাৰ্থীসকলে অনলাইন মাছুল জমা দিব লাগিব। এছ বি আইৰ চালানৰ জৰিয়তে আবেদন মাছুল জমা দিয়াৰ অন্তিম দিন হৈছে ১২ জানুৱাৰি।

মুঠ ২০০০ পদৰ বাবে আবেদন আহ্বান কৰা এই পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৬০০টকা আৰু এছ চি/এছ টি/মহিলাসকলে ৫০০টকা মাছুল জমা দিব লাগিব।

প্ৰাৰ্থী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব।

আবেদনকাৰী সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ১৮-২৭ বছৰ হোৱাৰ বিপৰীতে এছ চি/এছ টি প্ৰাৰ্থীৰ বাবে এই বয়স ১৮-৩২বছৰ।

উক্ত পদৰ বাবে দৰমহাৰ নিৰিখ ৪৪,৯০০টকাৰ পৰা ১,৪২,৪০০টকা।

প্ৰাৰ্থী নিৰ্বাচনৰ বাবে লিখিত পৰীক্ষা পাৰ্ট-১’ত বহুমুখী প্ৰশ্নৰ ১০০নম্বৰৰ আৰু পাৰ্ট-২’ত বৰ্ণনামূলক প্ৰশ্নৰ ৫০নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদৰে ১০০ নম্বৰৰ পাৰ্ছনেলিটি টেষ্ট থাকিব।

যোগ্য প্ৰাৰ্থীসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পঞ্জীকৃত প’ৰ্টেল @ www.mha.gov.inৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd