• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাকেশ পাল আমোলৰ দুৰ্নীতি এতিয়াও চলি আছে : প্রমাণ কৰিছে মার্কশ্বীট কেলেংকাৰিয়ে 

by
February 21, 2024 5:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ ফেব্ৰুৱাৰীৰ দিনা ৮৪০জন অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি নিকা আৰু স্বচ্ছ নিযুক্তিৰ যিমানেই ঢাক-ঢোল নবজাওক কিয় সঁচা অৰ্থত যে অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ আমোলৰ দৰেই দুৰ্নীতি আৰু অনিয়ম চলি আছে সেই কথা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২২ৰ মাৰ্কশ্বীটেই প্রমাণিত কৰিছে।

এইবাৰ অসম লোকসেৱা আয়োগৰ মাৰ্কশ্বীটৰ অনিয়মেই পোহৰলৈ আনিছে বৃহৎ অনিয়ম আৰু কেলেংকাৰিৰ ছবি।।য’ত বাচনিভূক্ত এচামে সাধাৰণ অধ্যয়নৰ কাকতত অতি কম নম্বৰ (৩০%তকৈ তলত) পোৱা সত্বেও বিষয় ধৰ্মী ৰচনাৰ কাকতত ৯৫%-৯৮% পৰ্যন্ত এক অবিশ্বাস্য নম্বৰ লাভ কৰি বাচনিভূক্ত হৈছে। 

Apply Now

উল্লেখ্য যে সেইসকল প্ৰাৰ্থীয়ে আকৌ মৌখিক পৰীক্ষাতো লাভ কৰিছে অতি উচ্চ নম্বৰ। ইয়াৰ বিপৰীতে বহু মেধাৱী প্ৰাৰ্থীৰ পৰীক্ষাত বহাৰ পিছতো এখন কাকতৰ নম্বৰ মার্কশ্বীটৰ পৰা অন্তৰ্যান। 

বহুতে আকৌ সাধাৰণ অধ্যয়নত খুব ভাল নম্বৰ লাভ কৰাৰ পিছতো ৰচনাৰ কাকতত লাভ কৰিলে আশ্চৰ্যজনকভাৱে কম নম্বৰ।

উল্লেখ্য যে এই ধৰণৰ ঘটনা ৰাকেশ পালৰ আমোলত খুবেই সাধাৰণ আছিল আৰু এনে ধৰণৰ অদ্ভুত নম্বৰ লাভ কৰা বহু প্রাথী আনকি পৰবৰ্তীকালত গ্ৰেপ্তাৰো হৈছিল। 

গতিকে আয়োগৰ বৰ্তমানৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী ৰাকেশ পালৰ অন্য এক সংস্কৰণ বুলি অভিযোগ আহিছে। তদুপৰি এই একেজন ভাৰত ভূষণ দেৱচৌধুৰী ৰাকেশ পালৰ আমোলৰ ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত মুখ্য পৰীক্ষা নিয়ন্তক আছিল আৰু আনকি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগে তেখেতক জাননীও জাৰি কৰিছিল। 

উল্লেখ্য যে এই প্ৰতিবেদন ন্যায়িক আয়োগে বিগত নবেম্বৰ মাহতেই চৰকাৰক দাখিল কৰিলে যদিও আজিলৈ প্রতিবেদন ৰাজহুৱা কৰা নাই। আয়োগৰ বৰ্তমানৰ পৰীক্ষা নিয়ন্তকজনো আয়োগৰ আন এক দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ তাৰাপ্রসাদ দাসৰ বাচনিভূক্ত বিষয়া বুবু-বাবা চলিছিল৷ ৰহস্যজনকভাৱে ১৭ জানুৱাৰীত ফলাফল দি আজিলৈকে এই সকল বিষয়ববীয়াই প্রকাশ নকৰিলে মূল পৰীক্ষাৰ কাট অফ নম্বৰ।

তদুপৰি তথ্য জনাৰ অধিকাৰ আইনক সম্পূৰ্ণ অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰাৰ্থীসকলক নিজৰ উত্তৰবহীখনো প্ৰদান কৰা নাই এপিএছচিয়ে৷ বেংকৰ জালিয়াতি আৰু এপিএছচিত দালালিৰ অভিযোগ থকা প্রাৰ্থীও বাচনিভূক্ত হৈছে আয়োগৰ পৰীক্ষাৰ এচিএছৰ শীৰ্ষ স্থানত। আয়োগৰ ভিতৰচৰাৰ একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ নামো শেহতীয়াকৈ পোহৰলৈ আহিছে।

গতিকে অসম চৰকাৰক সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২২ৰ সকলো অনিয়ম আৰু কেলেংকাৰি সামৰি এক ন্যায়িক তদন্তৰ দাবী জনাইছে ডিৱাইএফআই-এ।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd