DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চূড়ান্ত এন আৰ চিক লৈ তীব্ৰ ক্ষোভ এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ

'এন আৰ চিৰ দ্বাৰা বাংলাদেশীক ভাৰতীয়কৰণ কৰা হ'ল'

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 31, 2019 1:19 pm
Abhijit bhattacharjya

এ পি ডব্লিউৰ সভাপতি অভিজিত ভট্টাচাৰ্য্য

841
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ হোৱাৰৰ পাছতে প্ৰকাশিত এন আৰ চি সম্বন্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই।

প্ৰকাশিত এন আৰ চিৰ পৰা মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম বাদ পৰাৰ পাছতে সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত অসন্তোষ ব্যক্ত কৰে শৰ্মাই।

৪০ বছৰ এন আৰ চিৰ বাবে আন্দোলন কৰাৰ অন্তত আজি মাত্ৰ ১৯ লাখ লোকৰ নাম বাদ পৰিল বুলি উল্লেখ কৰি তেওঁ ৮৫৫ গৰাকী চহিদৰ বলিদান অথলে যোৱা বুলি কয়।

আনহাতে, এন আৰ চিৰ পুনৰীক্ষণৰ বাবে তেওঁলোকে পাঁচবাৰ ন্যায়ালয়ক আবেদন জনোৱাৰ পাছতো যিসকল সংগঠনে তেওঁলোকক চৰকাৰৰ দালাল বুলি সমালোচনা কৰিছিল সেই সংগঠনবোৰকো নাম উল্লেখ নকৰাকৈ সমালোচনা কৰে শৰ্মাই।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে আছাম পাব্লিক ৱৰ্কছৰ সভাপতিগৰাকীয়ে। বিগত দহ বছৰৰ পৰা প্ৰতীক হাজেলাক বিশ্বাসত ল’ব নালাগে বুলি তেওঁলোকে কৈ অহা বুলি মত প্ৰকাশ কৰে শৰ্মাই।

তদুপৰি, চৰকাৰে এন আৰ চিৰ নামত খৰচ হোৱা ১,৬০০ কোটি টকাৰ হিচাপে ৰাজহুৱাভাৱে দিব লাগিব বুলি দাবী কৰে তেওঁ। এইক্ষেত্ৰত মুখ্য মন্ত্ৰী, দেশৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিব বুলি মন্তব্য কৰে শৰ্মাই।

অভিজিৎ শৰ্মাই এন আৰ চি উন্নীতকৰণৰ দ্বাৰা বিদেশী চিনাক্ত কৰণ নহয় বাংলাদেশী লোকৰ নাম ভাৰতীয় হিচাপেহে অন্তৰ্ভূক্ত কৰা হ’ল বুলি অভিযোগ কৰে।

Recent News

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd