• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ধেনুভেৰীয়া ৰে’লৱে দলং সম্পূৰ্ণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2021 5:39 pm

1 min read

2c9vgmqk_chenab-railway-bridge-arch_625x300_05_April_21
3.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ধেনুভেৰীয়া দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।

জন্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰৰ পাহাৰীয়া এলেকাত নিৰ্মাণ কৰা ‘চেনাব ৰেইল দলঙ’খন সোমবাৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি জনাইছে নৰ্ডান ৰে’লেৱ।

চেনাব নদীৰ ৩৫৯ মিটাৰ উচ্চতাত নিৰ্মিত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ধেনুভেৰীয়া দলঙখন সম্পূৰ্ণ হোৱা পিছতে উত্তৰ নৰ্ডান ৰে’লৱেই ইয়াক সাফল্যৰ এক মাইলষ্ট’ন বুলি প্ৰকাশ কৰিছে।

কাশ্মীৰ উপত্যকাৰ উধমপুৰ-শ্ৰীনগৰ-বাৰমুলাক ৰে’লৱে পথেৰে সংযোগ কৰা বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে দলঙখনৰ নিৰ্মাণ ব্যয় হৈছে ১,৪৮৬ কোটি।

পেৰিছৰ আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ উচ্চতাৰ এই দলঙখন ২৮,৬৬০ মেট্ৰিক টন ষ্টীল, ১০ লাখ কিউবিক মিটাৰ মাটিৰ গড় আৰু ৬৬,০০০ কিউবিক মিটাৰ কনক্ৰিটেৰে নিৰ্মাণ কৰা হৈছে।

নৰ্ডাণ ৰে’লৱেই প্ৰকাশ কৰা মতে আঢ়ৈ বছৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে।

Recent News

Rongali Bihu 2

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

a myanmar

ৰঙালীৰ ৰং: শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু প্ৰতিযোগিতা

a vac

কোভিডৰ ভেকচিন গ্ৰহণ কৰা সকলক উচ্চ হাৰত সুদ প্ৰদান কৰিব দেশৰ এই ৰাষ্ট্ৰীয়কৃত বেংকটোৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd