• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পথ দুর্ঘটনাত মৃত্যু শ্বিলঙৰ আর্কবিশ্বপ ডমিনিক জালাৰ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , October 12, 2019 11:44 am

1 min read

Archbishop-Dominic-Jala-killed-in-road-accident-1140x570
19.9k
VIEWS
Share on FacebookShare on Twitter

শ্বিলঙৰ জিলা গীৰ্জাঘৰৰ আৰ্কবিশ্বপ ডমিনিক জালাৰ যোৱা বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এক পৰ্থ দুৰ্ঘটনাত মৃত্যু হয়।

‘’অতি দুখেৰে সৈতে আমি আপোনালোকক জনাও যে আমাৰ অতি আদৰৰ আৰ্কবিশ্বপ ম’ষ্ট ৰেভাৰেণ্ড ডমিনিক জালাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত এক কাৰ দুৰ্ঘটনাত মৃত্যু হৈছে,’’-শ্বিলঙৰ জিলা গীৰ্জাঘৰৰ চেঞ্চেলৰ ফাডাৰ জন মাদুৰে কয়।

‘’মৃত আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাওক,’’-তেওঁ লগতে কয়।

জানিব পৰা মতে, আৰ্কবিশ্বপ ডমিনিক জালা আৰু ফাডাৰ মেথিউ ভেল্লানকাল দুয়োগৰাকীৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এখন ছেমি-ট্ৰাকৰ সৈতে কাৰখনৰ সংঘটিত এক ভয়ংকৰ  দুৰ্ঘটনাত মৃত্যু ঘটে।

দুৰ্ঘটনাটো বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত (ভাৰতত পুৱা ১০-৩০ বজাত) সংঘটিত হয় আৰু দুয়োগৰাকীয়ে ফাডাৰ যোচেফ পেৰেক্কাটৰ সৈতে কালিফ’ৰ্ণিয়াৰ ক্লিয়াৰলেকলৈ গৈ আছিল।

‘’তেওঁলোকৰ কাৰ খনে কালিফ’ৰ্ণিয়াৰ কলুছা কাউন্ট্ৰিত এখন ছেমি-ট্ৰাকৰ সৈতে সংঘৰ্ষত পতিত হয়,’’-ওৱাকলেণ্ডৰ জিলা গীৰ্জাঘৰৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে প্ৰকাশ কৰা হৈছে।

ফাডাৰ যোচেফ পেৰেক্কাটৰ গুৰুতৰভাৱে আহত হৈ হাস্পাতলত চিকিৎসাধীন হৈ আছে।

ৰেভাৰেণ্ড জালা ১৯৫১ চনৰ ১২ জুলাইত মাউলাইত জন্মগ্ৰহণ কৰিছিল।

তেওঁক ১৯৯৯ চনৰ ২২ ডিচেম্বৰত শ্বিলঙৰ আৰ্কবিশ্বপ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০০০চনৰ ২ এপ্ৰিলত আৰ্কবিশ্বপ হিচাপে আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।

Recent News

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd