cwc-2019-Rohit-Sharma--770x433

ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয়খন টী-২০ত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰিলে ভাৰতে

অধিনায়ক ৰোহিত শৰ্মাৰ ৮৫ ৰাণৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে বাংলাদেশক দ্বিতীয়খন টী-২০ মেচত ৮ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। টীম ...

ডিব্ৰুগড়ত ছাত্ৰ-ছাত্ৰীৰ বাবে মিনি মাৰাথন অনুষ্ঠিত

ডিব্ৰুগড়ত ছাত্ৰ-ছাত্ৰীৰ বাবে মিনি মাৰাথন অনুষ্ঠিত

ডিব্ৰুগড় নগৰত বৃহস্পতিবাৰে ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন মিনি মাৰাথন ...

WhatsApp Image 2019-11-07 at 8.43.41 PM

শালনাত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

ৰাজ্যখনত বন্যহস্তীৰ উপদ্ৰৱ চলি থকাৰ সময়তে নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ লেংটেং চাহ বাগিছাত বৃহস্পতিবাৰে এটা বনৰীয়া হাতীয়ে ...

a-10_110719050309

আফ্ৰিডীৰ অভিলেখ ভংগ হিটমেন ৰোহিতৰ; টী-২০ত এই অভিলেখৰ অধিকাৰী প্ৰথম ভাৰতীয়

বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টী-২০ মেচত ৰোহিত শৰ্মাই এক বিশেষ অভিলেখ গঢ়ে। বাংলাদেশৰ বিৰুদ্ধে বৃহস্পতিবাৰে দ্বিতীয়খন এদিনীয়াত খেলপথাৰত খেলিবলৈ নমাৰ লগে ...

মহিলাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰক লৈ কৃষ্ণাইত চাঞ্চল্য

মহিলাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰক লৈ কৃষ্ণাইত চাঞ্চল্য

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত নয়াপাৰা গাঁৱত এগৰাকী অগ্নিদগ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত ...

Sonowal calls on PM Modi

চিন্তা নাই, সব সিদ্ধান্ত হ’ব অসমৰ স্বাৰ্থত ||নাগা আলোচনা-কাগজকল-এন আৰ এল

অসমৰ মানুহক উৎকণ্ঠিত কৰি ৰখা বুলি চৰ্চিত “নাগা আলোচনা-কাগজকল-NRL”-এই সকলো বিষয়ৰে সিদ্ধান্ত হ’ব ৰাজ্যৰ স্বাৰ্থত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ...

pest-identification-american-cockroach-3

কাণৰ বিষত ৰ’ব পৰা নাছিল মানুহজন; ওলাল কাণৰ ভিতৰত বাস কৰা প্ৰকাণ্ড পঁইতাচোৰা

কাণৰ ভিতৰত তীব্ৰ বিষ অনুভৱ কৰি সাৰ পাই উঠাৰ পাছত মানুহজনে বৰ অস্বস্তিত অনুভৱ কৰিব ধৰিলে। তেওঁ নিৰৱিছিন্ন সুৰসুৰণি এটা ...

শিৱসাগৰৰ নামতিত অধ্যাপিকাৰ বেংক একাউণ্টৰ পৰা হেকাৰে লুটিলে ৬০,০০০ টকা

শিৱসাগৰৰ নামতিত অধ্যাপিকাৰ বেংক একাউণ্টৰ পৰা হেকাৰে লুটিলে ৬০,০০০ টকা

শিৱসাগৰৰ নামতিৰ অধ্যাপিকাৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে ষাঠি হাজাৰ টকা। ঘটনাটো সংঘটিত হয় নামতি চাৰিআলিৰ চেপাঙনি SBI শাখাত। নামতিৰ চহিদ পিয়লি ...

Page 4484 of 6680 1 4,483 4,484 4,485 6,680

Recent News