• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ নামতিত অধ্যাপিকাৰ বেংক একাউণ্টৰ পৰা হেকাৰে লুটিলে ৬০,০০০ টকা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 7, 2019 10:17 pm

1 min read

27.1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ নামতিৰ অধ্যাপিকাৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে ষাঠি হাজাৰ টকা। ঘটনাটো সংঘটিত হয় নামতি চাৰিআলিৰ চেপাঙনি SBI শাখাত।

নামতিৰ চহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউণ্ট হেক কৰি দূৰ্বিত্তই ৬০,০০০ টকা লুট কৰে।

বুধবাৰে দিনত অধ্যাপিকা গৰাকীৰ একাউণ্টৰ পৰা ১০,০০০ টকাকৈ দুবাৰ ধন ওলাই যোৱাৰ মেচেজ পায়। লগে লগে তেওঁ টোল ফ্ৰী নাম্বাৰত ফোন কৰি ATM ব্লক কৰি দিয়ে আৰু শাখা পৰিচালক গৰাকীক অভিযোগ দিয়ে।

পিছত তেওঁ জানিব পাৰে যে তেওঁৰ একাউণ্টৰ পৰা ইয়াৰ পূৰ্বেও ২০০০০ টকাকৈ দুবাৰ উলিয়াই নিয়া হৈছে।

অধ্যাপিকা গৰাকীৰ অভিযোগৰ ভিত্তিত প্রবন্ধক অজয় প্রতাপ যাদৱে একাউণ্টৰ পৰা পুনৰ ধন কর্তন নোহোৱাৰ আশ্বাস আৰু উক্ত ধন শীঘ্রই ঘূৰাই দিয়াৰ প্রতিশ্রুতি দি ঘটনা সন্দর্ভত আৰক্ষীৰ কাষ নাচাপিবলৈ অনুৰোধ জনায়।

কিন্তু পুনৰ নিশা একাউণ্টৰ পৰা ধন ওলাই যোৱাৰ মেছেজ পাই চিন্তিত হৈ পৰে অধ্যাপিকা গৰাকী।  ফলত আজি তেওঁ আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰে।

ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথ আৰু শিক্ষক গোট একত্ৰিত হৈ শাখা প্ৰৱন্ধকক অৱগত কৰি হেৰোৱা টকা উদ্ধাৰ আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে দাবী জনায়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd