শ্বেতা আগৰৱালাৰ হত্যাকাৰী গোবিন্দ সিংহালক ফাঁচিৰ ৰায় আদালতৰ
গুৱাহাটীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালক আজি ফাঁচিৰ ৰায়দান দিয়ে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। লগতে ...
গুৱাহাটীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালক আজি ফাঁচিৰ ৰায়দান দিয়ে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। লগতে ...
মাজুলীৰ শালমৰাত শুকুৰবাৰে নিশা এটা এশ জনীয়া বৃহৎ হাতীৰ জাকে প্ৰৱেশ কৰি সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। খাদ্যৰ সন্ধানত ...
উপায়ুক্তৰ কাৰ্যালয় লখিমপুৰত মুকলি হোৱা 'জাৰিকাৰক' পদৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। এই মুকলি হোৱা জাৰিকাৰক পদৰ সংখ্যা হ'ল ৫ ...
শনিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। পেট্ৰ’ল ডিজেলৰ ঘৰুৱা বজাৰত ক্ৰমাগতভাৱে তৃতীয় দিনৰ বাবে হ্ৰাস পাই খাৰুৱা তেলৰ ...
দিল্লী আৰক্ষী আৰু দিল্লী মহিলা আয়গে চলোৱা এক যুটীয়া অভিযানত নতুন দিল্লীৰ জি বি ৰোডস্থিত ৰেড লাইট অঞ্চলৰ পৰা এগৰাকী ...
সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাত নিৰ্দিষ্ট ম্যাদ সম্পূৰ্ণ হোৱাৰ আগতেই অমৰনাথ যাত্ৰা বন্ধ ঘোষণা কৰিছে জন্মু-কাশ্মীৰৰ ৰাজ্যপালৰ নেতৃত্বাধীন চৰকাৰে। তাৰোপৰি যাত্ৰীৰ নিৰাপত্তাৰ ...
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদ্যঘোষিত সংগীত ...
শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিৰ পৰা বালিঘাট সংযোগী বি জি ৰোড মোৰামতিৰ দাবীত স্থানীয় ৰাইজে কালি অৰ্থাৎ ২ আগষ্টত ৰাজপথত ওলাই আহি ...
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচা আৰক্ষী থানাৰ অধীনৰ অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপৰ তিনি আলিৰ পৰা শুকুৰবাৰে ...
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ সৈতে সংঘাতত লিপ্ত হৈ হাজো সমষ্টিত কংগ্ৰেছৰ গুৰি ধৰোতা দুলু আহমেদ নিলম্বিত ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd