• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰমাগত দুদিনৰ বাবে হ্ৰাস পেট্ৰ’লৰ দাম; প্ৰতিদিনে ৰাতিপুৱা ৬ বজাত প্ৰকাশ পোৱা নতুন দাম কেনেদৰে চাব পাৰি মোবাইলেৰে!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2019 11:44 am
petrol-pump

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। পেট্ৰ’ল ডিজেলৰ ঘৰুৱা বজাৰত ক্ৰমাগতভাৱে তৃতীয় দিনৰ বাবে হ্ৰাস পাই খাৰুৱা তেলৰ মূল্য।

দেশত শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ১১ পইছা হ্ৰাস পোৱাৰ পাছত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পাই ৭ পইছা।

Apply Now

দেশৰ ৰাজধানী দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ’ল ক্ৰমে ৭২.৬২ টকা আৰু ৬৬.০০ টকা।

ৰাতিপুৱা ৬ বজাত সলনি হয় পেট্ৰ’ল-ডিজেলৰ মূল্য

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে হ্ৰাস-বৃদ্ধি হৈ থাকে। পেট্ৰ’ল-ডিজেলৰ নতুন দাম ৰাতিপুৱা ৬ বজাৰ পৰা লাঘু কৰা হয়। নতুন দামৰ সৈতে আবকাৰী শুল্ক, ডিলাৰ কমিশ্যন ইত্যাদিৰ সংযোজন হৈ ইয়াৰ মূল্য দুগুণ হৈ পৰে।

পেট্ৰ’ল-ডিজেলৰ মূল্যৰ হ্ৰাস-বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম, আমেৰিকান দলাৰৰ সৈতে ভাৰতীয় টকাৰ মান ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰে।

নিজৰ চহৰত কেনেদৰে চাব পাৰি পেট্ৰ’ল-ডিজেলৰ নতুন দামৰ বিষয়ে

এছ এম এছৰ মাধ্যমেৰে খাৰুৱা তেলৰ উপভোক্তাসকলে তেলৰ নতুন মূল্যৰ বিষয়ে জানিব পাৰে। তেওঁলোকে পঞ্জীকৃত নম্বৰৰ পৰা এছ এম এছ কৰিলে পেট্ৰ’ল-ডিজেলৰ দামৰ বিষয়ে এছ এম এছ যোগে জনোৱা হয়।

এই ক্ষেত্ৰত এছ এম এছ কৰাৰ পূৰ্বে আপুনি তেল ভৰাবলৈ যোৱা পেট্ৰ’ল পাম্পটোৰ ডিলাৰ কোডটো ল’ব লাগিব যিটো এছ এম এছ দিয়াৰ পূৰ্বে দৰকাৰী হ’ব।

ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে RSP<ডিলাৰ কোড>৯২২৪৯৯২২৪৯ নম্বৰত এছ এম এছ কৰি পেট্ৰ’ল আৰু ডিজেলৰ নতুন মূল্যৰ বিষয়ে জানিব পাৰিব।

আনহাতে, বি পি চি এল গ্ৰাহকসকলে  RSP<ডিলাৰ কোড> ৯২২৩১১২২২২ নম্বৰত এছ এম এছ কৰি এই মূল্য চাব পাৰিব।

আজি গুৱাহাটীত পেট্ৰ’লৰ মূল্য কিমান?

আজি গুৱাহাটীত পেট্ৰ’লৰ মূল্য হৈছে ৭২.৩১ টকা। ২ আগষ্টত এই মূল্য আছিল ৭২.৩৮ টকা অৰ্থাৎ আজি গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭ পইছা হ্ৰাস পাইছে।

১ আগষ্টত গুৱাহাটীত পেট্ৰ’লৰ মূল্য আছিল ৭২.৭৯ টকা। অৰ্থাৎ বিগত দুদিনত গুৱাহাটীত পেট্ৰ’ল মূল্য ৪৪ পইছা হ্ৰাস পায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd