DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱাসগৰত পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ, স্মাৰকপত্ৰ প্ৰদান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 3, 2019 8:05 am
শিৱাসগৰত পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ, স্মাৰকপত্ৰ প্ৰদান
2.4k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিৰ পৰা বালিঘাট সংযোগী বি জি ৰোড মোৰামতিৰ দাবীত স্থানীয় ৰাইজে কালি অৰ্থাৎ ২ আগষ্টত  ৰাজপথত ওলাই আহি বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শর্মা মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে প্ৰায় এটা বছৰ পূৰ্বে প্ৰাক্তন গড়কপ্তানী(ৰাজ্যিক) মন্ত্ৰী তপন গগৈয়ে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰদাস তাচাৰ উপস্থিতিত শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিৰ পৰা বালিঘাট সংযোগী বি জি ৰোড বা নাজিৰা আলিটো উন্নীতকৰণৰ বাবে আধাৰশিলা কৰিছিল।

কিন্তু অতি পৰিতাপৰ কথা যে আধাৰশিলা কৰা এবছৰ হোৱাৰ পিছতো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল ১৪ কিলোমিটাৰৰ এই পথছোৱা।

বিশেষকৈ শিৱসাগৰ চহৰৰ ষ্টেশ্যন চাৰিআলিৰ পৰা চেৰেকাপাৰ পৰ্যন্ত এই পথচোৱাত বৃহৎ বৃহৎ গাঁতৰ বাবে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

উক্ত পথটোৱেদি দৈনিক হাজাৰ হাজাৰ সৰু-ডাঙৰ গাড়ী চলাচল কৰে। তাৰোপৰি অ’ এন জি চিৰ বৃহৎ বৃহৎ গাড়ীও এই পথেদিয়েই লাকুৱা গেলেকীৰ তৈলক্ষেত্ৰলৈ  চলাচল কৰে।

ফলত সদাব্যস্ত এই পথটো এটা বছৰে মেৰামতি নকৰাত কালি ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ কেইবাশতাধিক লোকে।

প্ৰতিবাদকাৰীসকলে ২ ঘণ্টাৰ বাবে পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আগন্তু ১৫ দিনৰ ভিতৰত পথটো মেৰামতি কৰিবালৈ স্থানীয় ৰাইজে দাবী জনাই অন্যথা ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd