বনকর্মী

কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত হাতীৰ আক্ৰমণত নিহত এজন বনকৰ্মী

ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ গড়পাল বনশিৱিৰ এলেকাত কৰ্মৰত অৱস্থাতে এজন বনকৰ্মীক সোমবাৰে নিশা হাতীয়ে আক্ৰমণ কৰি নিহত কৰে ...

CWG 2018 - Chanu Saikhom wins gold in 48kg weightlifting

স্বৰ্ণ পদকৰ দাবীদাৰ মীৰাবাঈ চানুৰ এছিয়ান গেইমছত যোগদান অনিশ্চিত

গ’ল্ডকষ্টত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেইমছত ভাৰতৰ হৈ উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক আজুৰি অনা মণিপুৰৰ মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ ...

photo from Yeasin Ali, Kokila _20180807_070109

বঙাইগাঁও জিলাত আবতৰীয়া ধুমুহাত বিস্তৰ ক্ষতি; নিমিষতে উছন হ’ল বহু ঘৰ-বাৰী

সোমবাৰে নিশা বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাত আবতৰীয়া প্ৰলয়ংকাৰী বতাহ ধুমুহাত বিস্তৰ ক্ষতি হয় জনসাধাৰণৰ। ...

এন আৰ চি

চূড়ান্ত খচৰাত বিহাৰ-উত্তৰ প্ৰদেশৰ লোকৰ নাম বাদ পৰাত উদ্বেগ প্ৰকাশ পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ

অসমত দীৰ্ঘ দিনৰে পৰা বসবাস কৰি থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলৰ ভিতৰত প্ৰায় এক লাখ লোকৰ নাম এন আৰ ...

এ পি এছ চি ভৱন

এ পি এছ চি কেলেংকাৰি : অচিৰেই গ্ৰেপ্তাৰ হ’ব আৰু কেইজনমান বিষয়া

এ পি এছ চি কেলেংকাৰিত জড়িত আটাইকেইজন অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অৱশ্যে, সকলোবোৰ অভিযুক্ত গ্ৰেপ্তাৰ  নহ’লেও ...

BharatBandh_2-570x320

নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ ২৪ ঘণ্টীয়া চকা বন্ধত ব্যাহত গুৱাহাটীৰ স্বাভাৱিক জীৱন যাত্ৰা

আজি নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘই (AIRTWF) আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো বন্ধৰ ...

TarunGogoi-570x320

নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি একেলগে সম্ভৱ হ’ব নোৱাৰে : তৰুণ গগৈ

‘যদি আপোনালোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰিছে, তেন্তে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ ক কেনেকৈ সমৰ্থন কৰিব পাৰে? দুয়োটা একেলগে কেনেকৈ সম্ভৱ ...

শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়

কৰ্তব্যত ফাঁকি দিয়া শিৱসাগৰৰ ১৬৫ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ

শিৱসাগৰত ১৬৫ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ত অনুপস্থিত থকাৰ কথা পোহৰলৈ আনিছে জিলা প্ৰশাসনে। শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ...

Page 5646 of 6548 1 5,645 5,646 5,647 6,548

Recent News